• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2025 4:30 pm
প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমিকৰ সৈতে স্কুটী চলাবলৈ শিকি থাকোঁতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে ‎এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। ৰাজাৰহাট-নিউটাউন অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত ‎যুৱতীগৰাকীৰ নাম পূজা সাহা। জানিব পৰা মতে, এইবাৰ তাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ‎পূজা।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পূজাই কেইবাদিনো ধৰি স্কুটি চলাবলৈ শিকিবলৈ চেষ্টা কৰি ‎আছিল। পূজাৰ প্ৰেমিক শুভংকৰ ভৌমিকে তাইক স্কুটি চলাবলৈ শিকাবলৈ তাইৰ লগত ওলাই গৈছিল। ‎দেওবাৰে নিশা ৰাজাৰহাটৰ এটা খালী পথত প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকিছিল পূজাই। ‎

খবৰ অনুসৰি তেওঁলোকে হেলমেট পৰিধান কৰা নাছিল। মাঝেৰাইট ৰোড এলেকালৈ যাওঁতে স্কুটিখনে ‎পথত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত দুয়ো বাটত বাগৰি পৰে। জানিব পৰা মতে, সেই সময়ত পূজাই ‎স্কুটিখন চলাই আছিল আৰু পিছফালে শুভংকৰ বহি আছিল।

দুৰ্ঘটনাত পূজা মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পূজাক স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ‎যদিও তাতেই তাইৰ মৃত্যু হয়। ‎

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে স্কুটিখন নিয়ন্ত্ৰণ ‎হেৰুৱাই পথত বাগৰি পৰে। প্ৰথম অৱস্থাত স্কুটি চলাওঁতে তাইৰ হাত দুখন কঁপিছিল বুলি ধাৰণা কৰা ‎হৈছে। হঠাতে গাড়ীখনৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই ঘটনাত যুৱতীগৰাকীৰ ‎পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই

প্ৰেমিকৰ সৈতে স্কুটী চলাবলৈ শিকি থাকোঁতে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে ‎এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। ৰাজাৰহাট-নিউটাউন অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত ‎যুৱতীগৰাকীৰ নাম পূজা সাহা। জানিব পৰা মতে, এইবাৰ তাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল ‎পূজা।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পূজাই কেইবাদিনো ধৰি স্কুটি চলাবলৈ শিকিবলৈ চেষ্টা কৰি ‎আছিল। পূজাৰ প্ৰেমিক শুভংকৰ ভৌমিকে তাইক স্কুটি চলাবলৈ শিকাবলৈ তাইৰ লগত ওলাই গৈছিল। ‎দেওবাৰে নিশা ৰাজাৰহাটৰ এটা খালী পথত প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকিছিল পূজাই। ‎

দুৰ্ঘটনাত পূজাৰ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পূজাক স্থানীয় ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ‎যদিও তাতেই তাইৰ মৃত্যু হয়। ‎

খবৰ অনুসৰি তেওঁলোকে হেলমেট পৰিধান কৰা নাছিল। মাঝেৰাইট ৰোড এলেকালৈ যাওঁতে স্কুটিখনে ‎পথত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ফলত দুয়ো বাটত বাগৰি পৰে। জানিব পৰা মতে, সেই সময়ত পূজাই ‎স্কুটিখন চলাই আছিল আৰু পিছফালে শুভংকৰ বহি আছিল।

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। দেখা গৈছে যে স্কুটিখন নিয়ন্ত্ৰণ ‎হেৰুৱাই পথত বাগৰি পৰে। প্ৰথম অৱস্থাত স্কুটি চলাওঁতে তাইৰ হাত দুখন কঁপিছিল বুলি ধাৰণা কৰা ‎হৈছে। হঠাতে গাড়ীখনৰ গতিবেগ বৃদ্ধি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এই ঘটনাত যুৱতীগৰাকীৰ ‎পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm
বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd