• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ মোদীৰ জন্মদিনটোলৈকে কিয় ৰ’ৱলগীয়া হ’ল? চিদাম্বৰমৰ প্ৰশ্ন

‘ভেকচিন প্ৰদান কৰাটো জন্ম দিনৰ কেক কটাৰ লেখীয়া কথা নহয়’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 18, 2021 7:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মোৎসৱ সমগ্ৰ দেশতে ২০ দিনীয়া দীঘলীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনটোক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ সমগ্ৰ দেশতে যে ভেকচিন প্ৰদানৰ গতি নৈ পানী বঢ়া দি বাঢ়ি গৈছে।

যিটো সময়ত দেশৰ কোটি কোটি লোকে ভেকচিনৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে সেই সময়তে কেৱল কালিৰ দিনটোতে সমগ্ৰ দেশত ২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে।

কিন্তু কালিৰ দিনটোত হঠাতে কিয় ইমান লোকে ভেকচিন লাভ কৰাৰ সুযোগ পালে?

কাৰণ কালি মোদীৰ জন্মদিনটোক যুগমীয়া কৰি ৰখাৰ বাবেই এনেদৰে ২.৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হ’ল।

চৰকাৰৰ এনে কাৰ্যক প্ৰশংসা কৰিও প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কেইটামান সময়ে দাবী কৰা প্ৰশ্ন উত্থাপন কৰিছে।

প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটাৰত এইবুলি প্ৰশ্ন কৰিছে যে দেশৰ এইসকল লোকক ভেকচিন প্ৰদান কৰিবলৈ কেৱল মোদীৰ জন্মদিনটোলৈকে কিয় অপেক্ষা কৰিবলগীয়া হ’ল?

Happy and grateful that 2.5 crore vaccinations were administered yesterday

But why did we have to wait until the PM’s birthday?

— P. Chidambaram (@PChidambaram_IN) September 18, 2021

চিদাম্বৰমে লগতে এই বুলিও প্ৰশ্ন কৰে—‘ ধৰি ল’লো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ৩১ ডিচেম্বৰত,তেন্তে দেশৰ ২.৫ কোটি লোকক বছৰৰ শেষৰ দিনটোতহে ভেকচিন প্ৰদান কৰা হ’লহেঁতেন নেকি’?

এই প্ৰসংগত চিদাম্বৰমে কয় যে ভেকচিন প্ৰদান কৰাটো জন্মদিনত কেক কটাৰ দৰে কথা নহয়।

ভেকচিন প্ৰদান কৰাটো এক আঁচনি, এক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াক প্ৰতিদিনেই অধিক তৰান্বিত কৰাটোহে প্ৰয়োজনীয়।

ইয়াৰ বাবে কাৰো জন্মদিনটোলৈ অপেক্ষা কৰাটো অনুচিৎ বুলিও চিদাম্বৰমে তেওঁৰ টুইটত তীৰ্যক মন্তব্য কৰে।

চিদাম্বৰমে তেওঁৰ টুইটটোত লগতে কয় যে এতিয়াও দেশৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ এক তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালিটোৱেই পোৱা নাই।

দেশৰ মাত্ৰ ২১ শতাংশ লোককহে সম্পূৰ্ণ ৰূপে ভেকচিন প্ৰদান কৰা হৈছে বুলিও চিদাম্বৰমে উল্লেখ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd