• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমাচল প্ৰদেশত আকৌ অঘটন! পাহাৰৰ পৰা নামি অহা মাটিয়ে পুতি পেলালে চলন্ত বাছ

দুজনৰ মৃতদেহ উদ্ধাৰ, ৪০ জন সন্ধানহীন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2021 5:46 pm
befunky-c
176
VIEWS
Share on FacebookShare on Twitter

হিমাচল প্ৰদেশত আকৌ সংঘটিত হৈছে প্ৰাকৃতিক বিপৰ্যয়।

সৌসিদিনা পাহাৰৰ পৰা খহি পৰা শিলে ৰাজ্য খনত এখন দলং ভাঙি পেলোৱাৰ ফলত ৯ জন পৰ্যটকৰ মৃত্যু ঘটিছিল।

আজি পুনৰ হিমাচল প্ৰদেশৰ কিন্নৌৰত এখন চলন্ত যাত্ৰীবাহী বাছ পাহাৰৰ পৰা নামি অহা মাটিয়ে পুতি পেলায়।

আজি দিনৰ ১১-৫০ বজাত সংঘটিত এই ঘটনাৰ বিষয়ে খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

এতিয়ালৈকে দুটা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। ৪০ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে।

কান্নুৰৰ উপায়ুক্ত আবিদ হুছেইন চাদিকে প্ৰকাশ কৰা মতে ঘটনাস্থলী অতি দুৰ্গম স্থানত হোৱা বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে।

সেনাৰ দুখন হেলিকপ্তাৰ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে।ঘটনাৰ খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সৈতে টেলিফোনত কথা পাতি উদ্ধাৰ অভিযানৰ বিষয়ে বুজ লৈছে।

মাটিয়ে পুতি পেলোৱা বাছ খন হিমাচল প্ৰদেশৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছ বুলি জানিব পৰা গৈছে।

বাছ খনে ৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কিন্নৌৰৰ ৰেকং পেওৰ পৰা ছিমলা অভিমুখ গৈ আছিল।এনে সময়তে নিগুলচাৰি নামৰ অঞ্চলটোত পাহাৰৰ পৰা নামি অহা মাটিয়ে বাছ খন পুতি পেলায়।

বাছ খনত থকা আন বহু যাত্ৰীৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd