• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! জুইত জাহ গ’ল যাত্ৰীবাহী বাছ, অগ্নিদগ্ধ হৈ দুগৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2023 11:12 pm
bus catches fire
4.5k
VIEWS
Share on FacebookShare on Twitter

এক শোকাৱহ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে দুগৰাকী ব্যক্তিয়ে। এখন যাত্ৰীবাহী বাছত সৃষ্টি হোৱা ভয়ানক অগ্নিকাণ্ডই প্ৰাণ লৈছে দুই যাত্ৰীৰ। গুৰুগ্ৰামত সংঘটিত হৈছে এই মৰ্মান্তিক কাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি জয়পুৰৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰীবাহী বাছ গুৰুগ্ৰামত উপস্থিত হোৱাৰ কিছুসময় পিছতে বাছখনত হঠাতে জুয়ে আৱৰি ধৰে।

এই জুয়ে মুহূৰ্ততে গোটেই বাছখন আৱৰি ধৰে আৰু বাছখনত থকা বহু যাত্ৰী অগ্নিদগ্ধ হয়। ইয়াৰ পৰিণতিত দুই যাত্ৰীৰ মৃত্যু হোৱাৰ হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে।

ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বিভাগক খবৰ দিয়া হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। জুইত জাহ যোৱা দুই যাত্ৰীৰ মৃতদেহ বাছখনৰ পৰা উদ্ধাৰ কৰা হয়।

ইফালে কেইবাজনো আহত লোকক কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বাছখনত হঠাতে হোৱা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

মই মন্ত্ৰী নহয়! মাণ্ডীৰ দুৰ্যোগ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত কংগনাৰ অদ্ভুত যুক্তি

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd