• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই কিশোৰীৰ মৃত্যুকলৈ চাঞ্চল্য, কাইলৈ কোকৰাঝাৰলৈ যাব মুখ্যমন্ত্ৰী

ঘটনাৰ উচ্চ স্তৰীয় তদন্তৰ দাবী দল - সংগঠনৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 12, 2021 9:07 pm
Suicide-by-hanging-768x611-750x375

প্ৰতিনিধিত্বমূলক ফটো।

283
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ পৰা বিশ কিলোমিটাৰ নিলগত অবস্থিত অভয়াখুটি গাওঁত সংঘটিত দুজনী কিশোৰী মৃত্যুৰ ঘটনাই চাঞ্চল্য পৰিবেশ বিৰাজ কৰিছে জিলাখনত।

দুটা দুখীয়া পৰিয়ালৰ বায়েক বনিয়াক সম্পৰ্কীয় দুয়ো কিশোৰীৰ মৃতদেহ ঘৰৰ পৰা কিছু দূৰত এজোপা আমগছৰ এডালতে চিপ লৈ আত্মহত্যা কৰা অবস্থাত উদ্ধাৰ হৈছিল শুক্ৰবাৰ সন্ধিয়া।

ঘৰত কোনো কাজিয়া সৃষ্টি নোহোৱা পৰিয়ালৰ দুয়ো কিশোৰীয়ে কেনেকৈ এজোপা গছৰ এডালতে চিপ লৈ আত্মহত্যা কৰিব পাৰে সেয়া গ্ৰহণ কৰিব পৰা নাই ভুক্তভোগী পৰিয়াল, স্থানীয় লোক তথা দল সংগঠনে।

আজি উক্ত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাভা ছাত্ৰ সন্থা আৰু অন্যান্য ৰাভা দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দি ঘটনাৰ তদন্ত কৰি দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰিবলৈ দাবী কৰে।

উল্লেখযোগ্য দল সংগঠনে প্ৰকাশ কৰা মতে উক্ত ঘটনাৰ বুজ লবলৈ কাইলৈ ঘটনাস্থলীত উপস্থিত হব অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ইতিমধ্যে মুখ্য মন্ত্ৰীৰ আগমনৰ বাবে হেলিপেড প্ৰস্তুত কৰিছে প্ৰশাসনে। দুখীয়া পৰিয়ালৰ দুয়ো কিশোৰী ক্ৰমে ৰবিথা ৰাভা(১৪) আৰু সমাইনা ৰাভা(১৬) ক দুষ্কৃতিকাৰীয়ে দৰ্ষন কৰি হত্যা কৰা বুলি দাবী কৰিছে ভুক্তভোগী পৰিয়াল, স্থানীয় লোক আৰু দল সংগঠনে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd