• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদূষণৰ উৎসৱ! বিশ্বৰ প্ৰদূষিত দহ চহৰৰ তালিকাত দিল্লীসহ দেশৰ তিনি চহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 2:45 pm
Most Polluted Cities
5.4k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে সমগ্ৰ দেশে পালন কৰিলে পোহৰৰ উৎসৱ দেৱালী। পিছে পোহৰৰ উৎসৱটি যেন হৈ পৰিছে প্ৰদূষণৰহে উৎসৱ। দেশ দেৱালীৰ আনন্দত মতলীয়া হোৱাৰ সময়তে দেশত বৃদ্ধি পাইছে প্ৰদূষণৰ ভয়াৱহতা।

আতচবাজীৰ ধোঁৱাই ছানি ধৰিছে দেশৰ আকাশ। প্ৰদূষণৰ এনে বৰ্ধিত মাত্ৰাৰ পৰিণতিত বিশ্বৰ আটাইতকৈ প্ৰদূষিত দহখন চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ তিনিখন চহৰ। দিল্লীৰ লগতে এই তালিকা আছে মুম্বাই আৰু কলকাতা।

প্ৰদূষণৰ বাবে সততে বিপজ্জনক হৈ পৰা দেশৰ ৰাজধানী অঞ্চল নতুন দিল্লী এই তালিকাৰ শীৰ্ষস্থানত আছে। চুইজাৰলেণ্ডৰ গ্ৰুপ আইকিউএয়াৰ (IQAir)ৰ মতে, দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাং (AQI) ৪২০।

প্ৰদূষণৰ এনে ভয়াৱহ মাত্ৰাৰ ফলত দিল্লীক ‘বিপজ্জনক’ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। শীৰ্ষ দহত থকা আন দুই ভাৰতীয় চহৰ কলকাতা ১১৯৬ৰ AQIৰে চতুৰ্থ স্থানত থকাৰ বিপৰীতে বিত্তীয় ৰাজধানী মুম্বাই ১৬৩ AQI ৰে অষ্টম স্থানত আছে।

লক্ষনীয়ভাৱে দেওবাৰে নিশাৰ পৰা নতুন দিল্লীত ধোঁৱাৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি পোৱাৰ ফলত মাজনিশা দিল্লীৰ AQI আতংকজনকভাৱে ৬৮০ লৈ বৃদ্ধি পাইছিল।

উল্লেখ্য যে, ৪০০-৫০০ AQI স্তৰে সুস্থ লোককো প্ৰভাৱিত কৰে আৰু ৰোগাক্ৰান্ত লোকৰ বাবে অত্যন্ত বিপজ্জনক হৈ পৰে।

আনহাতে ১৫০-২০০ AQI স্তৰে হাঁপানী, হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে সমস্যাৰ সৃষ্টি কৰে। ০-৫০ AQI স্তৰ ভাল বুলি গণ্য কৰা হয়।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd