• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণ বাংলাদেশী কৃষকৰ! আহত দুই জোৱান, কাঢ়ি নিলে অস্ত্ৰ-শস্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 9:10 am
BSF Jawans Attacked
164
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশী কৃষকৰ হাতত প্ৰহৃত হৈছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফ- ৰ জোৱান। পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত দেওবাৰে বাংলাদেশী কৃষকে বি এছ এফৰ দুগৰাকী জোৱানক আক্ৰমণ কৰি জোৱান দুগৰাকীৰ হাতত থকা অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যোৱাৰ অভিযোগ উঠিছে।

ৰাণীতলা থানা এলেকাৰ নিৰ্মলচৰ সীমান্ত আউটপোষ্টৰ সমীপত ৩৫ নং বেটেলিয়নৰ দুগৰাকী জোৱানে টহল দি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

প্ৰকাশিত বাতৰি অনুসৰি, বাংলাদেশী কৃষকৰ এটা দলে ভাৰতীয় সীমান্তৰ ভিতৰত পথাৰত গৰু চৰাবলৈ সীমান্ত পাৰ হোৱাৰ সময়ত টহলদাৰী জোৱানসকলে তেওঁলোকক বাধা দিয়ে।

ইয়াৰ অলপ পিছতে বাংলাদেশৰ পৰা শতাধিক লোকে ভাৰত সীমান্ত অতিক্ৰম কৰি জোৱানসকলক লাঠি আৰু দা’ৰে আক্ৰমণ কৰে বুলি বি এছ এফে এক বিবৃতি যোগে সদৰী কৰিছে।

এই আক্ৰমণত জোৱান দুগৰাকী গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাংলাদেশী কৃষকসকলে আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ পলায়ন কৰে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইফালে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু আহত জোৱান দুগৰাকীক নিকটতম চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বি এছ এফে লগতে কয় যে বাংলাদেশৰ সীমান্তৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছে আৰু ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধ কৰাৰ লগতে জোৱানসকলৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে বৈঠকৰ আহ্বান কৰা হৈছে।

বিবৃতিটোত লগতে ভাৰতীয় কৃষকসকলে তেওঁলোকৰ শস্য বাংলাদেশী কৃষকসকলে চুৰি আৰু ক্ষতিৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে বুলি উল্লেখ কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰাণীতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বি এছ এফে।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd