• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশুৰ জীৱন বচোৱাৰ বাবে লখিমপুৰৰ দুজন কিশোৰে লাভ কৰিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
May 27, 2019 11:16 pm
National-award-1140x570

জীৱন ৰক্ষক পদক পুৰস্কাৰ প্ৰদান অনু্ষ্ঠান। ফটো : নৰ্থইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰৰ দুজন কিশোৰক নিজৰ জীৱনকো তুচ্ছ কৰি অতি প্ৰাকৃতিক দুৰ্যোগৰ মাজত বানপানীত উটি যাবলৈ ধৰা এটি শিশুক তেওঁলোকে সাহসিকতাৰে উদ্ধাৰ কৰা তথা জীৱন বচোৱাৰ বাবে এক ৰাষ্ট্ৰীয় অসামৰিক বঁটা জীৱন ৰক্ষক পদক লাভ কৰে।

ঘিলামৰা ৰাজহ চক্ৰৰ অধীনৰ মাছখোৱাৰ চুনি আৰু বিৰচি তাওতালৰ পুত্ৰ মনোজ চাওতাল(১৭) আৰু ঘিলামৰাৰ মাজগাঁওৰ তপন আৰু লিলি গাৰাহৰ পুত্ৰ ৰাজু গাৰাহক উত্তৰ লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসামৰিক জীৱনৰক্ষক পুৰস্কাৰটো প্ৰদান কৰা হয়।

লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ জীৱন বি’য়ে এই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে। তদুপৰি, প্ৰসিদ্ধ শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশী আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বি চি চেতিয়াই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

জীৱনৰক্ষক পদকটো হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা এটা অসামৰিক জীৱনৰক্ষক পুৰস্কাৰ। ১৯৬১ চনৰ ৩০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা পুৰস্কাৰটোক আৰম্ভণিতে জীৱন ৰক্ষক পদক, দ্বিতীয় শ্ৰেণী বুলি কোৱা হৈছিল।

পানীত ডুবিব ধৰা, জুই বা খনি দুৰ্ঘটনাৰ পৰা জীৱন বচোৱা অসামৰিক লোকলৈ  এই পুৰস্কাৰ আগবঢ়োৱা হয়। এই পুৰস্কাৰ ‘’সাহস আৰু উদ্ধাৰকাৰীৰ শৰীৰত তীব্ৰ আঘাতৰ সম্ভাৱনা থকা পৰিস্থিতিত জীৱন বচোৱা’’ৰ বাবে প্ৰদান কৰা হয়।

কিশোৰ দুজনে এটি শিশু মুকুট আৰু সুমিতা চিন্তেৰ পুত্ৰ অবিনাশ চিন্তেক যোৱা ২০১৮ চনৰ ৫ জুনত জীয়াধল-ন-নদী নৈৰ বানপানীত উটি যোৱাৰ পৰা উদ্ধাৰ কৰাত দেখুওৱা সাহসিকতাৰ স্বীকৃতিস্বৰূপে তেওঁলোকক এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।

উক্ত অনুষ্ঠানতে কিশোৰ দুজনক পদকৰ লগতে লখিমপুৰৰ উপায়ুক্তই ১ লাখ টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ৰীণা মেচ আৰু অতিৰিক্ত আয়ুক্ত দেৱাশিস গোস্বামীও উপস্থিত থাকে।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd