• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ জীৱন বচোৱাৰ বাবে লখিমপুৰৰ দুজন কিশোৰে লাভ কৰিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
May 27, 2019 11:16 pm
National-award-1140x570

জীৱন ৰক্ষক পদক পুৰস্কাৰ প্ৰদান অনু্ষ্ঠান। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰৰ দুজন কিশোৰক নিজৰ জীৱনকো তুচ্ছ কৰি অতি প্ৰাকৃতিক দুৰ্যোগৰ মাজত বানপানীত উটি যাবলৈ ধৰা এটি শিশুক তেওঁলোকে সাহসিকতাৰে উদ্ধাৰ কৰা তথা জীৱন বচোৱাৰ বাবে এক ৰাষ্ট্ৰীয় অসামৰিক বঁটা জীৱন ৰক্ষক পদক লাভ কৰে।

ঘিলামৰা ৰাজহ চক্ৰৰ অধীনৰ মাছখোৱাৰ চুনি আৰু বিৰচি তাওতালৰ পুত্ৰ মনোজ চাওতাল(১৭) আৰু ঘিলামৰাৰ মাজগাঁওৰ তপন আৰু লিলি গাৰাহৰ পুত্ৰ ৰাজু গাৰাহক উত্তৰ লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসামৰিক জীৱনৰক্ষক পুৰস্কাৰটো প্ৰদান কৰা হয়।

Apply Now

লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ জীৱন বি’য়ে এই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে। তদুপৰি, প্ৰসিদ্ধ শিক্ষাবিদ ড০ মুকুন্দ ৰাজবংশী আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বি চি চেতিয়াই পুৰস্কাৰ প্ৰদান অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

জীৱনৰক্ষক পদকটো হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা এটা অসামৰিক জীৱনৰক্ষক পুৰস্কাৰ। ১৯৬১ চনৰ ৩০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা পুৰস্কাৰটোক আৰম্ভণিতে জীৱন ৰক্ষক পদক, দ্বিতীয় শ্ৰেণী বুলি কোৱা হৈছিল।

পানীত ডুবিব ধৰা, জুই বা খনি দুৰ্ঘটনাৰ পৰা জীৱন বচোৱা অসামৰিক লোকলৈ  এই পুৰস্কাৰ আগবঢ়োৱা হয়। এই পুৰস্কাৰ ‘’সাহস আৰু উদ্ধাৰকাৰীৰ শৰীৰত তীব্ৰ আঘাতৰ সম্ভাৱনা থকা পৰিস্থিতিত জীৱন বচোৱা’’ৰ বাবে প্ৰদান কৰা হয়।

কিশোৰ দুজনে এটি শিশু মুকুট আৰু সুমিতা চিন্তেৰ পুত্ৰ অবিনাশ চিন্তেক যোৱা ২০১৮ চনৰ ৫ জুনত জীয়াধল-ন-নদী নৈৰ বানপানীত উটি যোৱাৰ পৰা উদ্ধাৰ কৰাত দেখুওৱা সাহসিকতাৰ স্বীকৃতিস্বৰূপে তেওঁলোকক এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।

উক্ত অনুষ্ঠানতে কিশোৰ দুজনক পদকৰ লগতে লখিমপুৰৰ উপায়ুক্তই ১ লাখ টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ৰীণা মেচ আৰু অতিৰিক্ত আয়ুক্ত দেৱাশিস গোস্বামীও উপস্থিত থাকে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd