• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰ আক্ৰমণত জম্মু-কাশ্মীৰত পুনৰ দুই প্ৰব্ৰজিত শ্ৰমিক আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2022 9:01 am
2 Migrants Shot In Jammu-Kashmir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে। উপত্যকাটোত নিৰন্তৰভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কাৰ্যসূচী চলাই আহিছে যদিও হ্ৰাস পোৱা নাই সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ।

শেহতীয়াকৈ সেনা-আৰক্ষীৰ যুটীয়া অভিযানত উপত্যকাটোত কেইবাগৰাকীও সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে অভিযানকাৰী নিৰাপত্তাৰক্ষী বাহিনীৰ হাতত ধৰা পৰিছে। তৎসত্বেও জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সন্ত্ৰাদবাদী সংগঠনৰ কূটাঘাতমূলক কাৰ্যকলাপ অব্যাহত আছে।

চলিত মাহৰ আৰম্ভণিতে জম্মু-কাশ্মীৰৰ অনন্তনাগত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চাঞ্চল্য মাৰ নাযাওঁতেই জিলাখনত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিক আহত হৈছে।

শনিবাৰে অনন্তনাগৰ ৰাখ-মমিন অঞ্চলত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনাত শ্ৰমিক দুগৰাকী আহত হয়। এক বিবৃতিত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয়, “সন্ত্ৰাসবাদীয়ে অনন্তনাগৰ ৰাখ-মমিন অঞ্চলত দুগৰাকী প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই আহত কৰিছে। দুয়োগৰাকী আহত শ্ৰমিকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।”

আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ কেইগৰাকীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে অঞ্চলটো ঘেৰাও কৰিছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰিছে। উল্লেখ্য যে যোৱা ৩ নৱেম্বৰত অনন্তনাগৰে বণ্ডিলগাম অঞ্চলত দুগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ওপৰত গুলীচালনা কৰিছিল।

দুয়োগৰাকী শ্ৰমিকে বণ্ডিলগাম অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত কাম কৰি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছিল। আহত শ্ৰমিক দুগৰাকীৰ এগৰাকী বিহাৰৰ আৰু আনগৰাকী নেপালৰ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছিল।

বিগত সময়চোৱাত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। যোৱা মাহত শ্বপিয়ান জিলাত উত্তৰ প্ৰদেশৰ দুগৰাকী শ্ৰমিক সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত নিহত হৈছিল।

এই আক্ৰমণৰ ঠিক পিছতে আৰক্ষীয়ে অভিযুক্ত আক্ৰমণকাৰী ইমৰান বছিৰ গানাইক গ্ৰেপ্তাৰ কৰিছিল।কাশ্মীৰ আৰক্ষীৰ মতে ইমৰান বছিৰ গানাই লস্কৰ-ই-তৈবাৰ এগৰাকী ‘হাইব্ৰিড সন্ত্ৰাসবাদী’ আছিল।

গ্ৰেপ্তাৰ হোৱাৰ এদিন পিছতে আন এক সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত গানাই নিহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd