• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈৰ পৰা মাজুলীত ৰাজ্যিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ; অসম বন্ধৰ পৰা ৰেহাই দিবলৈ আয়োজকৰ অনুৰোধ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 22, 2018 4:17 pm
children's science congress

প্ৰতিনিধিত্বমূলক ছবি

679
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ মাজুলীত অনুষ্ঠিত হ’ব ২৬ সংখ্যক ৰাজ্যিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ।

অসমৰ প্ৰতিখন জিলাৰে প্ৰতিনিধিক সামৰি  প্ৰায় ৩০০ শিশু বিজ্ঞানীৰ লগতে তেওঁলোকৰ বিজ্ঞান গুৰুসকলে অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ এই বাৰ্ষিক সমাৰোহখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

ৰাজ্যৰ বিজ্ঞান চৰ্চাৰ বাতাৱৰণৰ উত্তৰণৰ লগতে শিশু বিজ্ঞানীসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যৰে আয়োজিত এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণৰ বাবে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা শিশু বিজ্ঞানী, বিজ্ঞান গুৰু, কৰ্মকৰ্তা তথা প্ৰতিনিধিসকল কাইলৈ মাজুলীত আহি উপস্থিত হোৱাৰ কথা।

কিন্তু একেটা দিনতে ৰাজ্যৰ ৪৬টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীয়ে এতিয়া  সমাৰোহখনৰ অভ্যৰ্থনা সমিতিৰ যথেষ্ট চিন্তিত কৰি তুলিছে।

এই সম্পৰ্কত অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা ২১ অক্টোবৰত এক বিবৃতিৰ জৰিয়তে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক ড০ নাৰায়ণ শৰ্মা আৰু প্ৰশান্ত দোলাকাষৰীয়াই সমাৰোহলৈ আহিবলগীয়া শিশু বিজ্ঞানীকে ধৰি প্ৰতিখন জিলাৰ প্ৰতিনিধি দলসমূহক এই বন্ধৰ পৰা সম্পূৰ্ণ ৰেহাই দিবলৈ সংগঠন সমূহৰ নেতৃবৰ্গক বিনম্ৰ অনুৰোধ জনাইছে।

Recent News

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd