• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজা সমষ্টিতে নিষিদ্ধ বিধায়ক মৃণাল শইকীয়া, তিনিখনকৈ এজাহাৰ দাখিল, শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2019 10:54 am
872
VIEWS
Share on FacebookShare on Twitter

কা-বিৰোধী আন্দোলনকাৰীৰ ঘৰ জ্বলাবলৈ বিজেপি কৰ্মীক উচটনি দিয়া খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া এইবাৰ ৰোষত পৰিছে নিজ সমষ্টিবাসীৰ।

পূৰ্বেও বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ উদাহৰণ থকা বিধায়কজনক খুমটাই সমষ্টিৰ ঢেকিয়াল আধলীচুকত গাঁওবাসীয়ে প্ৰৱেশ নিষিদ্ধ কৰিলে।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰা বিধায়কগৰাকীৰ লগতে ‘কা’ সমৰ্থনকাৰী সকলোকে নিষিদ্ধ কৰিছে গাওঁখনত। স্থানীয় গাওঁবাসীয়ে গাঁৱৰ বিভিন্ন স্থানত বেনাৰ-পোষ্টাৰ মাৰি বিধায়কগৰাকীক সকীয়নি প্ৰদান কৰিছে।

ইফালে C(A)A-বিৰোধী আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাকৈ উচটনিমূলক মন্তব্য প্ৰদান কৰা বিতৰ্কিত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে বৰ্তমানলৈকে বিভিন্ন আৰক্ষী থানাত তিনিখনকৈ এজাহাৰ দাখিল হৈছে।

লখিমপুৰ জিলাৰ কৌশিক কাশ্যপ নামৰ এজন যুৱকে দিচপুৰ আৰক্ষী থানাত মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। একেদৰে বীৰ লাচিত সেনায়ো বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ আগতে যোৱা ২৭ ডিচেম্বৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ নগৰ সমিতিয়ে আজি শিৱসাগৰ জিলাৰ সদৰ থানাত বিধায়ক মৃণাল হাজৰিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

উল্লেখযোগ্য যে বিধায়কজনে ডিব্ৰুগড়ৰ চাবুৱাত এখন বিজেপি কৰ্মীসভাত কৈছিল, “ইমান দিনে যি সহ্য কৰিলে কৰিলে, এতিয়া আপোনালোকৰ ঘৰ জ্বলালে আপোনালোকেও জ্বলাব, আপোনালকৰ এজনক মাৰিলে সিহঁতৰ ১০জনক মাৰিব”।

গণতান্ত্ৰিক দেশ এখনৰ জনপ্ৰতিনিধি এজনৰ পৰা এনেকুৱা উচটনি অহাত ছ’চিয়েল মিডিয়া য়ুজাৰেকে ধৰি বিভিন্নজন সমালোচনাত সৰৱ হৈ পৰিছে। লগতে বিভিন্নজনে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd