• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 1:49 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু চীনত আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ পা ছৰে পৰা আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। আনহাতে, যোৱা কেইবছৰমানৰ পৰা ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ৰাজনৈতিক চৰিত্ৰ সলনি হৈছে। এনে পৰিস্থিতিত তিনি বছৰৰ অন্তত চীনে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাক ৪ হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিছে। ফলত দ্বীপ ৰাষ্ট্ৰখনৰ দীৰ্ঘদিনীয়া প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে। বেইজিঙৰ এই সিদ্ধান্ত নতুন দিল্লীৰ বাবে তাৎপৰ্যপূৰ্ণ।

ভয়াৱহ আৰ্থিক সংকটৰ মাজতে সমগ্ৰ দেশতে জনসাধাৰণৰ প্ৰতিবাদৰ বাবে ২০২২ চনত শ্ৰীলংকাৰ তদানীন্তন চৰকাৰৰ পতন ঘটিছিল। তেতিয়াৰ পৰাই কলম্বোৱে নতুন শাসকৰ নেতৃত্বত লাহে লাহে ঘূৰিবলৈ চেষ্টা কৰি আহিছে। যদিও ভাৰতে চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনক প্ৰায় দেউলীয়া পৰিস্থিতিত সহায় কৰিছিল। আনহাতে, চীনে বেয়া সময়ত শ্ৰীলংকাক দিয়া আৰ্থিক সাহায্য বন্ধ কৰি দিছিল। তেওঁলোকেই তিনি বছৰৰ বাবে ঋণ দিছিল। সূত্ৰ অনুসৰি বেইজিঙে শ্ৰীলংকাৰ বাবে ৪.৩ বিলিয়ন টকা (৫০ কোটি ডলাৰ) ঋণৰ অনুমোদন জনাইছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে ইয়াৰ বাবে চীনৰ বেংকক ধন্যবাদ জ্ঞাপন কৰে। ফলত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা ঘাইপথ প্ৰকল্পটোৰ কাম পুনৰ আৰম্ভ হৈছে।

Apply Now

সূত্ৰ অনুসৰি এইবাৰ কলম্বো আৰু কেণ্ডী সংযোগী ৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চেণ্ট্ৰেল এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ২০২৩ চনৰ মাজভাগত এই ঘাইপথ নিৰ্মাণ বন্ধ কৰা হৈছিল।শ্ৰীলংকা চৰকাৰৰ মতে চীনৰ পৰা ঋণ লৈ ২০২৮ চনৰ এপ্ৰিল মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব পৰা যাব। মন কৰিবলগীয়া যে অর্থনৈতিক মন্দাৱস্থাৰ সন্মুখত কেৱল ভাৰত আৰু চীনে নহয়, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়েও শ্ৰীলংকাক ২.৯ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। প্ৰশ্ন উত্থাপন হয়, চীনৰ ওপৰত শ্ৰীলংকাৰ নিৰ্ভৰশীলতাৰ বাবে নতুন দিল্লীত হেঁচা নপৰেনে! যদিও আমেৰিকাৰ শুল্ক বোমা বিস্ফোৰণৰ পিছত ভাৰত-চীন সম্পৰ্কৰ বৰফ গলি গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd