• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 11, 2023 6:09 pm
359
VIEWS
Share on FacebookShare on Twitter

সংবিধানৰ ৩৭০ অনুচ্ছেদক ​​লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে কয় যে জম্মু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ। জম্মু-কাশ্মীৰৰ যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ ব্যৱস্থা হিচাপে ৩৭০ অনুচ্ছেদ গ্ৰহণ কৰা হয়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে স্পষ্ট কৰি দিয়ে যে ৩৭০ অনুচ্ছেদ এক অস্থায়ী ব্যৱস্থা আৰু ইয়াক বাতিল কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ অধিকাৰৰ ভিতৰত পৰে।

ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্তে মুখ্য ন্যায়াধীশৰ এই ৰায়দানৰ সপক্ষে সন্মতি প্ৰকাশ কৰে। 

ন্যায়ালয়ৰ ৰায় অনুসৰি জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ ৰূপ দিয়া হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপেই থাকিব লাডাখ।

কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে লাডাখৰ পুনৰ্গঠনক সমৰ্থন কৰা হৈছে। কাৰণ ৩ নং অনুচ্ছেদত ৰাষ্ট্ৰৰ এটা অংশক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলাৰ অনুমতি দিয়া হৈছে।

লগতে ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰি অতি সোনকালে ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে।

পাঁচজনীয়া বিচাৰপীঠৰ এই সিদ্ধান্তত কোৱা হৈছে যে কেন্দ্ৰৰ ৩৭০ অনুচ্ছেদ বাতিলৰ সিদ্ধান্ত বৈধ। ২০১৯ চনত ৰাষ্ট্ৰপতিৰ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ নিৰ্দেশো বৈধ। ৰাষ্ট্ৰপতিৰ দৈনন্দিন কাম-কাজ কেতিয়াও ন্যায়িক পৰ্যালোচনাৰ বলি হ’ব নোৱাৰে।

Recent News

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd