• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেলীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰে ৪জন লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2019 6:42 am
DyfktYyU8AAsePF

নেলীৰ পথ দুৰ্ঘটনাত দেওবাৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন।

781
VIEWS
Share on FacebookShare on Twitter

জাগীৰোডৰ নেলীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দেওবাৰে একেটা পৰিয়ালৰে ৪জন লোক থিতাতে নিহত হয়। নেলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত এটি ৭ বছৰীয়া শিশুকে ধৰি পৰিয়ালৰ চাৰিজন লোক নিহত হয়।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা নগাঁও অভিমুখে পৰিয়ালটো এখন ছুইফ্ট ডিজায়াৰেৰে গৈ থকা অৱস্থাতে নেলীত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। দ্ৰুতবেগী ছুইফ্ট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্ট এটাত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত নিহত পৰিয়ালটোৰ সদস্যকেইজনক বিনি কুমাৰ, চৰথ, গীতাঞ্জলি দেৱী আৰু শিশুটিক গোবি বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ এই শোকাৱহ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে। পাছত আৰক্ষীও আহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

Recent News

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

কাৰাগাৰত কাম কৰিব লাগিব প্ৰজ্জ্বল ৰেভান্নাই : দৈনিক লাভ কৰিব ৫৪০ টকাৰ মজুৰি, খাবলৈ পাব কণী আৰু মাছ-মাংস

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

আলিগড় মুছলিম বিশ্ববিদ্যালয়ে লাভ কৰিলে নতুন কেন্সাৰ প্ৰতিৰোধী ঔষধৰ পেটেণ্ট

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

মাকে মোবাইল চুবলৈ নিদিয়াই হ’ল কাল : পাহাৰৰ পৰা জঁপিয়াই সৰ্বনাশ কৰিলে নাবালক সন্তানে

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

‘‘চীনে ভাৰতৰ ভূমি দখল কৰিছে বুলি আপুনি কেনেকৈ জানে?’’ ৰাহুল গান্ধীক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd