• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনা; পতি-পত্নী আৰু কণমানি পুত্ৰকে ধৰি ৪জনৰ থিতাতে মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 17, 2019 8:07 am
accident_Demow_1_Main

দুৰ্ঘটনাত প্ৰায় পিষ্ট হৈ পৰা এল্টখন।

1.7k
VIEWS
Share on FacebookShare on Twitter
আজি সন্ধিয়াৰ ভাগত শিৱসাগৰৰ ডিমৌৰ বামুণবাৰী নামৰ টাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোৱা এটা ভয়ংকৰ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমাণি পুত্ৰ আৰু এগৰাকী মহিলাকে ধৰি ৪জন লোকৰ থিতাতে মৃত্যু হয়।
জানিব পৰা মতে, ডিমৌৰ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা  AS 01 J 4188 নম্বৰৰ এখন বাছ আৰু  AS 03 9633 নম্বৰৰ এখন এল্টোৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে এল্ট’খনত যোৱা ৫জন লোকৰ ভিতৰত ৪জনেই থিতাতে নিহয় হয়। আনজন গুৰুতৰভাৱে আহত হয়।
accident_Demow_4
নিহতসকল ডিমৌৰ পালেঙীৰ প্ৰাঞ্জল দুৱৰী, তেওঁৰ পত্নী শ্ববনম দুৱৰী, কণমাণি পুত্ৰ বিস্তৱ দুৱৰী আৰু টিয়ক চেলেংহাট হালোৱাপথাৰ গাঁৱৰ অকণি তামুলী।
উল্লেখযোগ্য যে, চেলেংহাটৰ পৰা অকণি তামুলী নামৰ মহিলাগৰাকী পুত্ৰ বিজিত তামুলীৰ সৈতে ডিমৌৰ পালেঙীৰ জীয়েকৰ ঘৰলৈ ফুৰিবলৈ আহি জী (শ্ববনম দুৱৰী) জোঁৱাই (প্ৰাঞ্জল দুৱৰী), নাতি(বিস্তৱ দুৱৰী) সহ ঘৰলৈ ওভতাৰ পথত এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
গাড়ীখনত থকা বিজিত তামুলীৰ বাদে চাৰিওজনেই নিহত হয়। গুৰুতৰভাৱে আহত বিজিত তামুলী বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘দোষী সাব্যস্ত নহ’লেও অভিযুক্তক দিনৰ পিছত দিন জিম্মাত ৰাখিছে’; ইডিক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd