• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪১ টা অট্টালিকা, ৮ হাজাৰ পৰিয়াল : উচ্ছেদৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কোকিল শইকীয়া by কোকিল শইকীয়া
October 28, 2024 6:44 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এক সিদ্ধান্তত মহাৰাষ্ট্ৰৰ নল্লাসপাৰাৰ আচোলেত অৱস্থিত জয় আম্বে ৱেলফেয়াৰ ছ’চাইটিৰ ৪১টা অট্টালিকা ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে। জানিব পৰা মতে, এই ৪১ টা অট্টালিকাত ৮ হাজাৰৰো অধিক নিম্ন মধ্যবিত্তীয় পৰিয়ালে বাস কৰে।

উল্লেখ্য যে ২০০৬ চনতে নিৰ্মাণ কৰা হৈছিল এই অট্টালিকাসমূহ। তেতিয়াৰে পৰা এই পৰিয়াল সমূহে তাতে বসবাস কৰি আহিছে।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত কোৱা হৈছে যে এই অট্টালিকাসমূহ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল।

কিন্তু প্ৰশ্ন উত্থাপন হয়, যদি এই নিৰ্মাণ অবৈধ আছিল তেন্তে প্ৰশাসনৰ অনুমতিৰ অবিহনে ৩০ একৰ মাটিত ৪১ টা অট্টালিকা নিৰ্মাণ কৰাতো কেনেদৰে সম্ভৱ হৈছিল? এই অবৈধ নিৰ্মাণত পৌৰসভাৰ কৰ্তৃপক্ষ, বিল্ডাৰ, আমোলা, স্থানীয় ৰাজনীতিবিদসকল জড়িত আছিল নেকি? যদি তেওঁলোক এই অবৈধ নিৰ্মাণত জড়িত আছিল তেন্তে দুখীয়া পৰিয়ালবোৰে আনৰ দুৰ্নীতিৰ পৰিণাম কিয় ভোগ কৰিব?

মূলতঃ এই মাটিখিনি নলা-নৰ্দমা আৰু ডাম্পিং গ্ৰাউণ্ডৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। কেনেবাকৈ এই মাটিত অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়া হ’ল আৰু এপাৰ্টমেণ্টবোৰ এই নিম্ন মধ্যবিত্তীয় পৰিয়ালবোৰক কৌশলেৰে বিক্ৰী কৰা হ’ল। তাৰ বাবে দায়ী কোন?

এতিয়া প্ৰশ্ন হৈছে, অট্টালিকাবোৰ অবৈধ হ’লেও বৈধ সম্পত্তি কিনা বুলি ভবা এই নিৰীহ পৰিয়ালবোৰে কিয় ক্ষতিগ্ৰস্ত হ’ব লাগিব? এই অন্যায়ৰ মোকাবিলা কৰিবলৈ ৰাজ্য বা ৰাষ্ট্ৰীয় নীতি কিয় নাই?  বিশেষকৈ সদায় দুখীয়া আৰু মধ্যবিত্ত মানুহেই “প্ৰগতি”ৰ স্বাৰ্থত নিজৰ মাটি ভেটি হেৰুৱাবলগীয়া কিয় হয়? এইবোৰ প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে।

Recent News

প্ৰেমিকৰ সৈতে স্কুটি চলাবলৈ শিকি থাকোঁতে কৰুণ পৰিণতি! মৃত্যুক সাৱতি ল’লে প্ৰেমিকাই

ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ উত্তৰ-পূব ভাৰতত! ৩৪ লৈ বৃদ্ধি মৃত্যুৰ সংখ্যা, উদ্ধাৰ অভিযানৰ বাবে সেনাবাহিনী মোতায়েন

ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ উত্তৰ-পূব ভাৰতত! ৩৪ লৈ বৃদ্ধি মৃত্যুৰ সংখ্যা, উদ্ধাৰ অভিযানৰ বাবে সেনাবাহিনী মোতায়েন

‘মা ক’ত আছে? সোমবাৰে উচ্চতম ন্যায়ালয়ত প্ৰতিধ্বনিত হ’ল এজন পুত্ৰৰ হাহাকাৰ

‘মা ক’ত আছে? সোমবাৰে উচ্চতম ন্যায়ালয়ত প্ৰতিধ্বনিত হ’ল এজন পুত্ৰৰ হাহাকাৰ

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষ*ণ গোচৰত দোষী জ্ঞানশেখৰণক ৩০ বছৰৰ কাৰাদণ্ড মহিলা আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd