• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰাখণ্ডৰ কাৰাগাৰত মহিলাসহ ৪৪জন কাৰাবন্দী এইচ আই ভি আক্ৰান্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 10, 2023 7:20 pm
ফটো সৌজন্য: লল্লনটপ।

ফটো সৌজন্য: লল্লনটপ।

605
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ হালদাওনী কাৰাগাৰত এগৰাকী মহিলাকে ধৰি ৪৪ জন কাৰাবন্দী এইচ আই ভিত আক্ৰান্ত হৈছে। সূত্ৰসমূহে এই খবৰ সদৰী কৰিছে। বাতৰি অনুসৰি তেওঁলোকক স্থানীয় সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

কাৰাগাৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ২৩ জন লোকৰ দেহত এইচ আই ভি ধৰা পৰিছিল। তাৰ পিছত মাৰ্চত আৰু ১৭ জন আক্ৰান্ত হয়।

লগতে পঢ়ক: ‘আমাৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে’-চীনক লক্ষ্য কৰি অৰুণাচলত অমিত শ্বাহৰ হুংকাৰ

হালদাওনী কাৰাগাৰৰ অধীক্ষক প্ৰমোদ পাণ্ডেই কয়, ‘’কয়দীসকলৰ মাজত কেতিয়া আৰু কেনেদৰে ভাইৰাছ বিয়পি পৰিল আমি নিশ্চিত নহয়।‘’

চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, এইচ আই ভিত আক্ৰান্ত বহু কয়দী ড্ৰাগছ আসক্ত আছিল।

এইচ আই ভি ৰোগীৰ বাবে কাৰাগাৰ হাস্পতালখনতে এটা এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী চেণ্টাৰ স্থাপন কৰা হৈছে।

লগতে পঢ়ক: পুনৰ বিমানত অসভ্য ভদ্ৰলোক! লণ্ডনলৈ উৰা মাৰিও বিমান উভতিল দিল্লীলৈ; কি ঘটিছিল?

ইপিনে, সুস্থ কাৰাবন্দীসকলৰ পৰিয়ালে ইতিমধ্যে সুকীয়া কাৰাগাৰৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে।

Recent News

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd