• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2025 1:19 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দহ বছৰৰ বিৰতিৰ পিছত নতুন দিল্লীৰ ইন্দিৰা ভবনত কংগ্ৰেছত যোগদান কৰাৰ পিছতেই পূৰ্বৰ বিজেপি বিধায়ক বিনন্দ শইকীয়াই ছিপাঝাৰলৈ আহি শাসকদলক তীব্ৰভাৱে সমালেচনা কৰে। ছিপাঝাৰত আয়োজিত এক সম্বৰ্দ্ধনা সভাত অংশগ্ৰহণ কৰি তেওঁ কংগ্ৰেছক শক্তিশালী কৰি অনাগত দিনত নানা প্ৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তৎপৰ হ’ব বুলি ঘোষণা কৰে।

বিনন্দ শইকীয়াই কয়, “দীৰ্ঘ ১০ বছৰৰ অন্তত মই কংগ্ৰেছত যোগদান কৰিলো। প্ৰদেশ কংগ্ৰেছে আমাক আদৰণি জনাইছে সাংসদ, বিধায়ক সকল আহি সহায় কৰিছে। আজ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ জৰিয়তে ছিপাঝাৰ সমষ্টিৰ পৰা নতুন যাত্ৰা আৰম্ভ কৰিছো।” তেওঁ আজি উপস্থিত কৰ্মীসকলৰ উৎসাহ আৰু বৃহৎ জনসমর্থন প্ৰশংসা কৰে আৰু কয় হাজাৰ হাজাৰ লোকে বাইক লৈ তেওঁক আদৰিবলৈ ওলাইছে।

Apply Now

তেওঁ কয় যে এতিয়া দল উজ্জীবিত হৈছে। এই শক্তিক লৈ আমি সাম্প্ৰদায়িকতাবিৰোধী, ধৰ্মভিত্তিক ৰাজনীতিবিৰোধী, দুর্নীতিবিৰোধী আৰু ছিণ্ডিকেটবিৰোধী অভিযান কৰিবলৈ সাজু।”

তেওঁ বিজেপিৰ ওপৰত আক্ৰমণ কৰি কয়, “বিজেপিয়ে টকা-পইচা আৰু অৰ্থসৰ্বস্ব ৰাজনীতি কৰে। সাধাৰণ মানুহ মহিলা, কৃষক, ছাত্ৰ-যুৱক এতিয়া অতিষ্ঠ। ধনবল আৰু বাহুবলৰ জোৰতে ৰাজনীতি চলিব নোৱাৰে। আমি এই চৰণি-ধৰণিৰ ৰাজনীতিক শেষ কৰি দিম।”

লগতে প্ৰকাশ কৰে যে বহু কৰ্মীয়ে তেওঁক ফোন কৰি কংগ্ৰেছত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু দুৰ্গা পূজাৰ পাছত প্ৰদেশ সভাপতি গৌৰৱ গগৈ আহি বৃহৎ যোগদানৰ ঘোষণা কৰিব বুলি তেওঁ মতপোষণ কৰিছে। তেওঁ কয়, “এই সভাত হাজাৰ হাজাৰ লোকে কংগ্ৰেছত যোগদান কৰিব। কংগ্ৰেছ আকৌ শক্তিশালী হৈ ২০২৬লৈ আগবঢ়িব।”

প্ৰস্থানৰ সম্বৰ্ধনা ৰেলীৰ বাবে প্ৰশাসনে অনুমতি নকৰাৰ বাবে অভিযোগ কৰে যে অনুষ্ঠানত বাধাৰ কাৰণ শাসকদলৰ ষড়যন্ত্ৰ। “প্ৰায় ২–৩ হাজাৰ বাইক আৰু ২০০ৰো অধিক গাড়ী উপনীত হৈছিল। বহু লোক ডুমুনীচকীত আমাক আদৰিবলৈ ৰৈ আছিল; তথাপি ষড়যন্ত্ৰমূলকভাৱে বাধা দিয়া হৈছিল। আমি অনুমতিৰ বাবে আবেদন দিছিলো, অথচ বাতিল কৰা হৈছে, এইটো শাসক পক্ষৰ ষড়যন্ত্ৰ,” তেওঁ মন্তব্য কৰে। শেষত তেওঁ কয় “মই কাকো ব্যক্তিগতভাৱে সমালোচনা কৰা নাই; কিন্তু সময় অহাৰ লগে লগে সকলো কথা প্ৰকাশ পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd