• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০০০ৰ দিশে অসমত ক’ভিড মুক্তৰ সংখ্যা, আৰোগ্যৰ হাৰ ৬৯.৫৭%

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 10:43 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫৬৭গৰাকী নতুনকৈ ক’ভিড-১৯ মুক্ত ব্যক্তিৰে সৈতে অসমত মুঠ আৰোগ্য শনিবাৰে ৪৮১৪গৰাকীলৈ বৃদ্ধি পাইছে।

এইসকল ব্যক্তিক ধৰি অসমত ক’ভিড আৰোগ্যৰ হাৰে ৬৯.৫৭% স্পৰ্শ কৰিছে।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ২০৯২গৰাকী।

অসমত এতিয়ালৈকে ক’ভিড পজিটিভ চিনাক্ত ব্যক্তিৰ সংখ্যা হৈছে ৬৯১৯গৰাকী।

ইয়াৰে দহগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হোৱাটোৱে আতংকৰ সৃষ্টি কৰিছে।

? Discharge Alert

It gives me immense pleasure to share that 5⃣6⃣7⃣ more patients have been discharged today.

With this, we have touched the impressive recovery rate of 69.57%.

?Total Discharged Patients – 4814
?Active Patients – 2092

9:35 PM/June 27/Day’s total 567 pic.twitter.com/2wz4mHR1Hm

— Himanta Biswa Sarma (@himantabiswa) June 27, 2020

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে কামৰূপ মহানগৰ জিলাত দেওবাৰৰ পৰা ১৪ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd