প্ৰতিহিংসা পূৰণ কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী? হায়দৰাবাদলৈ উৰা মৰাৰ আগমুহূৰ্তত বিদেশী সাংবাদিকৰ ভিছা বাতিল
দেশৰ সাংবাদিকৰ কণ্ঠৰোধ কৰি জেলত ভৰোৱাৰ পাছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মুকলিকৈ প্ৰশ্ন কৰা আৰু মোদীৰ ঘনিষ্ঠ পুঁজিপতি গৌতম...













