• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 5:22 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ’ব নোৱাৰে। নিৰ্বাচন আয়োগৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰ বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে। ই নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ’ব নোৱাৰে। ছুপ্ৰীম কোৰ্টে কয় যে, আয়োগে লোৱা সিদ্ধান্ত শুদ্ধ।

বিহাৰৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে। ইয়াৰ সৈতে জড়িত এটা গোচৰৰ শুনানিত ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে কয় যে, “নিৰ্বাচন আয়োগে সঠিক। আধাৰক নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰি। ইয়াক পৰীক্ষা কৰাটো প্ৰয়োজন।”

Apply Now

প্ৰসংগক্ৰমে এই উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ নিৰ্বাচন আয়োগক বিহাৰৰ নিবিড় পুনৰীক্ষণত আধাৰ কাৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু আয়োগে সেই পৰামৰ্শ নাকচ কৰি কয় যে বিশেষ পুনৰীক্ষণত আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড গ্ৰহণ কৰিব নোৱাৰি।

উল্লেখ্য যে, বিহাৰৰ এছআইআৰৰ বাবে নাগৰিকত্বৰ প্ৰমাণ হিচাপে ১১খন নথিৰ তালিকা দিছে আয়োগে। কিন্তু বহু ভোটাৰৰ হাতত এই ১১ খন নথিৰ কোনো এখনেই নাই। সেই ভোটাৰৰ অধিকাংশই প্ৰান্তীয় আৰু দুখীয়া। সেই ১১ খন নথি নথকাৰ বাবে তেওঁলোকৰ বহুকেইজন ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে। সেই প্ৰান্তীয় ভোটাৰসকলক মনত ৰাখি উচ্চতম ন্যায়ালয়ে পূৰ্বে আয়োগক এছআইআৰৰ প্ৰামাণিক নথি-পত্ৰৰ তালিকাত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড অন্তৰ্ভুক্ত কৰিবলৈ কৈছিল। কিন্তু এইবাৰ একেখন উচ্চতম ন্যায়ালয়ে আয়োগৰ সিদ্ধান্তক সমৰ্থন কৰি ক’লে যে আয়োগৰ কথা সঠিক। আধাৰ কাৰ্ড লৈ কাকো ভাৰতৰ নাগৰিক বুলি কব নোৱাৰি।

আনহাতে আধাৰ আৰু ভোটাৰ কাৰ্ডক লৈ পুৰণি প্ৰশ্নটো ৰৈ গৈছে, যদি আধাৰ বা ভোটাৰ কাৰ্ড প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ কি? জন্মৰ প্ৰমাণ পত্ৰ নেকি? তেনে ক্ষেত্ৰত ভোটাৰৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ গ্ৰহণযোগ্য, নাগৰিকৰ অন্যতম অধিকাৰ? তদুপৰি ৰাজ্যই (ৰেচন ব্যৱস্থা) প্ৰদান কৰা খাদ্য সামগ্ৰী পাবলৈ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব। যদি আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ইয়াৰ আঁৰৰ যুক্তি কি? যদি আধাৰ আৰু ভোটাৰ এজন নাগৰিকৰ প্ৰাথমিক পৰিচয় পত্ৰৰ ভিতৰত নহয়, তেন্তে ভোটাৰ কাৰ্ড-আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন কি? বিশেষজ্ঞসকলে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিভ্ৰান্তি এতিয়ালৈকে আঁতৰাব পৰা নাই। সাধাৰণ মানুহক মাজৰ পৰা হাৰাশাস্তি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd