• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 1:23 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক জ্যেষ্ঠ সাংবাদিক সিদ্ধাৰ্থ বৰ্ধৰাজনৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত প্ৰকাশিত এক প্ৰবন্ধৰ বাবে দাখিল কৰা গোচৰত তেওঁৰ বিৰুদ্ধে জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰিছে। উক্ত প্ৰবন্ধত ২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে মে’ মাহত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত ভাৰতৰ সামৰিক আক্ৰমণৰ বিষয়ে আলোচনা কৰা হৈছিল।

ন্যায়াধীশ সূৰ্য্য কান্ত আৰু জয়মল্য বাগচিৰ বিচাৰপীঠে ‘দ্য ৱায়াৰ’ পৰিচালনা কৰা ফাউণ্ডেশ্যন ফৰ ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিজমে দাখিল কৰা জনস্বাৰ্থৰ গোচৰৰ (পিআইএল) শুনানিৰ সময়ত এই নিৰ্দেশ জাৰি কৰে।

Apply Now

পিআইএল খনত ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ১৫২ নং ধাৰাৰ সাংবিধানিক বৈধতাৰ প্ৰতি প্ৰত্যাহ্বান জনোৱা হৈছে। এই ধাৰাত বাক্য, লিখনী, চিহ্ন বা ইলেক্ট্ৰনিক যোগাযোগৰ জৰিয়তে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সততাক বিপদত পেলোৱা কাৰ্যকলাপৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হৈছে। আদালতে বৰ্ধৰাজন আৰু ফাউণ্ডেশ্যনক তদন্তত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছে, যদিও পৰৱৰ্তী শুনানি নহোৱালৈকে গ্ৰেপ্তাৰৰ দৰে জোৰ-জবৰদস্তি পদক্ষেপ গ্ৰহণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

এই গোচৰত ১৫২ নং ধাৰাৰ বিৰুদ্ধে ৮ আগষ্টত জাননী জাৰী কৰা একেধৰণৰ বাকী থকা আবেদনৰ সৈতে সংযুক্ত কৰা হৈছে। উল্লেখযোগ্য যে, বৰ্ধৰাজনৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি উদ্বেগৰ সৃষ্টি কৰিছে। আবেদনকাৰীসকলে দাবী কৰিছে যে প্ৰবন্ধটো বাস্তৱিক তথ্যৰ আধাৰত প্ৰস্তুত কৰা হৈছিল আৰু ইয়াত ভাৰতীয় দূতাবাসৰ সঁহাৰিও অন্তৰ্ভুক্ত আছিল। তেওঁলোকে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ কোনো উদ্দেশ্য নাছিল বুলি স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd