• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দৰং জিলাত ৯৯,৪৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
January 4, 2018 7:47 am
গুণোৎসৱৰ তৃতীয় পৰ্যায়
238
VIEWS
Share on FacebookShare on Twitter

গুণগত শিক্ষাৰ প্ৰসাৰক প্ৰধান লক্ষ্য হিচাপে লৈ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত পালন কৰি অহা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোত সফল সামৰণি পৰিছে দৰং জিলাত। জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ১২৮০ খন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ মুঠ ৯৯,৪৯০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুণোৎসৱত অংশগ্ৰহণ কৰিছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱত জিলাখনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলেও যথেষ্ট সহাৰি জনোৱা পৰিলক্ষিত হৈছে। জিলাখনৰ মুঠ ৯৫শতাংশ ছাত্ৰ-ছাত্ৰী প্ৰথম দিনটোত বিদ্যালয়ত উপস্থিত আছিল। প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰাৰ পিছত দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে। সংবাদমেল খনত উপায়ুক্তৰ উপৰি অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা আৰু বিদ্যালয় পৰিদৰ্শক নগেন বড়ো উপস্থিত আছিল।

চাৰিদিনীয়া গুণোৎসৱৰ কাৰ্যসূচীত ৫১৭ গৰাকী চৰকাৰী বিষয়া, কামৰুপ(ম), কামৰুপ(গ) আৰু ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষকে বহিঃ পৰ্যবেক্ষক (এক্সটাৰ্নেল এভালেটৰ) ৰূপে বিদ্যালয় সমূহত উপস্থিত থাকি ছাত্ৰ- ছাত্ৰী সকলৰ বিদ্যায়তণিক মূল্যায়ণৰ লগতে শিক্ষানুষ্ঠান খনৰ জড়িত বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিব। এই মন্তব্য কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই। শিক্ষক সকলৰ উপৰি ৰাজ্যখনৰ বিভিন্ন উচ্চ পদস্থ আই এ এছ, এ পি এছ, আই এফ এছ বিষয়া ৰাজেশ প্ৰসাদ, মদন চন্দ্ৰ ডেকা, বিনোদ কুমাৰ, এ এম সিং, হিৰদেশ মিশ্ৰা আৰু নিতুল গগৈৰ দৰে লোকেও এক্সটাৰ্নেল এভালেটৰ হিচাপে কাম কৰিব।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd