• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলচ্চিত্ৰ পৰিচালক মুকুল হালৈৰ পৰিচালনাত গুৱাহাটীত চিত্ৰনাট্য কৰ্মশালা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2018 9:44 pm
Screenplay workshop
764
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট নাট্য পৰিচালিকা ৰবিজিতা গগৈৰ গুৱাহাটী দীঘলীপুখুৰী পাৰস্থিত ‘জিৰছং ষ্টুডিঅ’ত অহা ২১ ডিচেম্বৰৰ পৰা চিত্ৰনাট্য নিৰ্মাণৰ এক কৰ্মশালা অনুষ্ঠিত হ’ব।

৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া উক্ত কৰ্মশালাটো পৰিচালনা কৰিব ফিল্ম এণ্ড টেলিভিছন ইন্সটিটিউট অব ইণ্ডিয়া (এফ টি আই আই)ৰ স্নাতক তথা প্ৰতিশ্ৰুতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক মুকুল হালৈয়ে।

কিদৰে মনলৈ অহা এটা ধাৰনাক কাহীনিলৈ ৰূপান্তৰ কৰি তাক চিত্ৰনাট্যৰ ৰূপ দিব পাৰি এই বিষয়টোক প্ৰাধান্য দি অনুষ্ঠিত কৰিবলৈ লোৱা এই কৰ্মশালাটোত তথ্যচিত্ৰ আৰু কাহিনীচিত্ৰৰ চিত্ৰনাট্য নিৰ্মাণৰ বিভিন্ন কৌশল সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে মুকুল হালৈয়ে পৰিচালনা কৰা চুতি ছবি ‘শৰতৰ আবেলিবোৰ’ আৰু তথ্যচিত্ৰ ‘ল’ৰালিৰ সাধুকথা’ই দেশ-বিদেশৰ কেইবাটাও আন্তঃৰাষ্ট্ৰিয় চলচ্চিত্ৰ মহোৎসৱত বিশেষভাৱে সমাদৃত হৈছে।

২১’ৰ পৰা ২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাটোত অংশগ্ৰহণৰ বাবে আগ্ৰহীসকলে ৮৬৩৮৭০৮৮৪৭, ৮৮৭৬৪২৩৫৩৯ নম্বৰত বা দীঘলীপুখুৰী পাৰৰ সত্যনাথ বৰা পথত অৱস্থিত জিৰছং ষ্টুডিঅ’ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd