• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ওদালগুৰিত বসন্ত-ৰুবেলাৰ প্ৰতিষেধক লৈ অজ্ঞান হৈ পৰিল ৫ গৰাকী ছাত্ৰ-ছাত্ৰী

ছাজিদ খান by ছাজিদ খান
August 25, 2018 12:42 pm
udalguri-570x320
132
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ওদালগুৰি জিলাৰ হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০ ৰ পৰা ১০ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰি থকা অৱস্থাত ৫ গৰাকী ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰাৰ বাতৰি পোৱা গৈছে।

অজ্ঞান হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ দুগৰাকী  হৈছে প্ৰিয়ংকা ছাংমা (১৪)আৰু এডৱাৰ্ড দৈমাৰী(১২)। বাকী কেইজৰাকী ছাত্ৰ-ছাত্ৰীৰ নাম জানিব পৰা হোৱা নাই। বৰ্তমান ছাত্ৰ-ছাত্ৰীকেইগৰাকীক ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

চিকিৎসালয় সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰা মতে মুঠ ২২০ গৰাকী ছাত্ৰ-ছাত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছিল। জিলা প্ৰতিষেধক প্ৰদান বিষয়া গণেশ চন্দ্ৰ ব্ৰহ্মই নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰিছে ‘‘আমি তেওঁলোকৰ তেওঁৰ নমুনা সংগ্ৰহ কৰিছোঁ, তেওঁলোকৰ তেজৰ নমুনাত মেলেৰিয়া বা টাইফইডৰ সংক্ৰমণ ধৰা পৰা নাই। মাত্ৰ শাৰীৰিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীকেইজনহে অজ্ঞান হৈ পৰিছে।’’

অজ্ঞান হৈ পৰা ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ উপৰিও প্ৰতিষেধক গ্ৰহণ কৰা আন কেইগৰাকী মান ছাত্ৰ-ছত্ৰীয়েও অসুস্থ অনুভৱ কৰিছিল বুলি ব্যক্ত কৰিছে। ব্ৰহ্মই জনাইছে যে ওদালগুৰি জিলাত বসন্ত-ৰুবেলাৰ প্ৰতিষেধকৰ পৰা এই প্ৰথম এনে ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে অসমৰ আন আন অংশৰ লগতে ওদালগুৰিতো ৯ মাহৰ শিশুৰ পৰা ১৫ বছৰৰ বয়সৰ কিশোৰ-কিশোৰীসকলক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

স্বাস্থ্য বিভাগৰ সূত্ৰ এটাই জানিবলৈ দিছে যে কিছু সংখ্যক পিতৃ-মাতৃয়ে শংকাৰ বাবে  তেওঁলোকৰ সন্তানক প্ৰতিষেধক প্ৰদানত দিওৱাৰ পৰা বিৰত আছে। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজেও প্ৰতিষেধক লোৱাৰ পৰা বিৰত আছে।

Recent News

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd