• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2025 8:52 am
2.9k
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ কাছাৰাগোড জিলাৰ এখন বিদ্যালয়ত ২ জুন তাৰিখে আয়োজন কৰা হৈছিল পুৰণি ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলন অনুষ্ঠান। অনুষ্ঠানটোত উপস্থিত আছিল বালকৃষ্ণন, মেথিউ বলিয়াপ্পালাক্কাল আৰু ৱজে বাবু । তেওঁলোকে ৫০ বছৰ পূৰ্বে একে শ্ৰেণীত পঢ়িছিল।

চতুৰ্থ শ্ৰেণীত থাকোতেই বাবুৱে বালকৃষ্ণনক মাৰিছিল বুলি অভিযোগ আছিল। সেই ঘটনাৰ ৫০ বছৰ পাছতো বালকৃষ্ণনে সেই খং আৰু অপমান মনত পুহি ৰাখিছিল।

পুনৰ মিলনত বাবুক দেখা পাই বালকৃষ্ণনে হঠাতে তেওঁৰ ওপৰত আক্ৰমণ কৰে। অভিযোগ অনুসৰি, বালকৃষ্ণনে বাবুৰ মুখ আৰু ডিঙিত শিলেৰে প্ৰহাৰ কৰে। এই আক্ৰমণত বাবু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ঘটনাটোৰ পিছতে আৰক্ষীয়ে বালকৃষ্ণনক গ্ৰেপ্তাৰ কৰে। তদন্তৰ সময়ত মেথিউ বলিয়াপ্পালাক্কালৰো এই ঘটনাত জড়িত থাকিব পাৰে বুলি সন্দেহত তেওঁকো গ্ৰেপ্তাৰ কৰা হয়। ৫০ বছৰ আগৰ এজন সহপাঠীয়ে কৰা মানসিক আঘাতেৰে জন্ম হোৱা দুখ-ক্ষোভ শেষত এক ভয়ংকৰ ঘটনাত পৰিণত হ’ব বুলি কল্পনাতীত আছিল।

Recent News

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান

দুজন প্ৰাপ্তবয়স্কৰ নিজস্ব সিদ্ধান্তত ৰাজ্যই হস্তক্ষেপ কৰিব নোৱাৰেঃ উচ্চতম ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়দান

তৎকাল টিকট বুকিং কৰিবলৈ প্ৰয়োজন হ’ব আধাৰ কাৰ্ড! নতুন অধিসূচনা জাৰি কৰিছে ভাৰতীয় ৰে’লৱেই

তৎকাল টিকট বুকিং কৰিবলৈ প্ৰয়োজন হ’ব আধাৰ কাৰ্ড! নতুন অধিসূচনা জাৰি কৰিছে ভাৰতীয় ৰে’লৱেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd