• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শনিবাৰে অনুষ্ঠিত হ’ল মণিপুৰ প্ৰেছ ক্লাবৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 6:04 pm
মণিপুৰ বিধানসভাৰ অধ্যক্ষ
84
VIEWS
Share on FacebookShare on Twitter

সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থা (স.ম.ক.সাং.স.)ৰ পৃষ্ঠপোষকতাত শনিবাৰে মণিপুৰ প্ৰেছ ক্লাবৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ইম্ফলৰ মাজৰখুলত অনুষ্ঠিত কৰা হয়।

মুখ্য অতিথি হিচাপে মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচাণ্ড সিঙ, সন্মানীয় অতিথি ৰূপে পৰিবেশ আৰু বন মন্ত্ৰী থৌনাওজাম শ্যামকুমাৰ আৰু সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থাৰ সভাপতি ওৱাঙখেমচা চামজাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত আছিল।

ৰাজ্যৰ সাংবাদিক সকলে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বুলি অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ খেমচাণ্ডে ব্যক্ত কৰে। তেওঁ লগতে  সাংবাদিক সকলৰ সমস্যাৰ বিষয়ে কেবিনেট পৰ্যায়ৰ বৈঠকত উত্থাপন কৰাৰ বাবে মন্ত্ৰী শ্যামকুমাৰক কয়।

ৰাজ্যত এখন ভাল চৰকাৰ প্ৰতিষ্ঠা কৰোৱা আৰু এজন ভাল সাংসদ বা বিধায়কক নিৰ্বাচিত কৰোৱাত সাংবাদিকসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। এই বুলি মত প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে।

একেটা অনুষ্ঠানতে বন আৰু পৰিৱেশ মন্ত্ৰী শ্যামকুমাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে সংবাদ মাধ্যমে সমাজৰ বাবে চকু আৰু কাণৰ দৰে আৰু সংবাদ মাধ্যমৰ শক্তিয়েই চৰকাৰৰ শক্তি। তদুপৰি কয় যে, যেতিয়া সংবাদ মাধ্যম সমূহে কেৱল সত্যকে গুৰুত্ব দিব তেতিয়াই দেশ তথা মণিপুৰৰ উন্নয়ন সম্ভবপৰহৈ উঠিব।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলৰ সমস্যা সমূহ অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ লগত আলোচনা কৰি সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। লগতে কয় যে সাংবাদিক বন্ধুসকলে চৰকাৰী প্ৰতিষ্ঠানৰ কোনো বাতৰি সংগ্ৰহ কৰোতে সত্য, নিষ্ঠা তথা উপযুক্ত প্ৰমানৰ ভিত্তিতহে বাতৰি পৰিৱেশন কৰিব লাগে।

এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থাৰ সভাপতি চামজাই উপস্থিত থকা সাংবাদিক সকলক উদ্দেশ্যি কয় যে অহা বছৰৰ পৰা সাংবাদিকসকলৰ বাবে  এক সময়ৰ পেঞ্চনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। অনুষ্ঠানত স.ম.ক.সাং. স.ৰ প্ৰাক্তন সভাপতিৰ লগতে বিভিন্ন ঠাইৰ সাংবাদিকসকল উপস্থিত আছিল।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd