• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

শনিবাৰে অনুষ্ঠিত হ’ল মণিপুৰ প্ৰেছ ক্লাবৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 6:04 pm
মণিপুৰ বিধানসভাৰ অধ্যক্ষ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থা (স.ম.ক.সাং.স.)ৰ পৃষ্ঠপোষকতাত শনিবাৰে মণিপুৰ প্ৰেছ ক্লাবৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ইম্ফলৰ মাজৰখুলত অনুষ্ঠিত কৰা হয়।

মুখ্য অতিথি হিচাপে মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচাণ্ড সিঙ, সন্মানীয় অতিথি ৰূপে পৰিবেশ আৰু বন মন্ত্ৰী থৌনাওজাম শ্যামকুমাৰ আৰু সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থাৰ সভাপতি ওৱাঙখেমচা চামজাই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত আছিল।

Apply Now

ৰাজ্যৰ সাংবাদিক সকলে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত বুলি অনুষ্ঠানত উপস্থিত থকা অধ্যক্ষ খেমচাণ্ডে ব্যক্ত কৰে। তেওঁ লগতে  সাংবাদিক সকলৰ সমস্যাৰ বিষয়ে কেবিনেট পৰ্যায়ৰ বৈঠকত উত্থাপন কৰাৰ বাবে মন্ত্ৰী শ্যামকুমাৰক কয়।

ৰাজ্যত এখন ভাল চৰকাৰ প্ৰতিষ্ঠা কৰোৱা আৰু এজন ভাল সাংসদ বা বিধায়কক নিৰ্বাচিত কৰোৱাত সাংবাদিকসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। এই বুলি মত প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে।

একেটা অনুষ্ঠানতে বন আৰু পৰিৱেশ মন্ত্ৰী শ্যামকুমাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে সংবাদ মাধ্যমে সমাজৰ বাবে চকু আৰু কাণৰ দৰে আৰু সংবাদ মাধ্যমৰ শক্তিয়েই চৰকাৰৰ শক্তি। তদুপৰি কয় যে, যেতিয়া সংবাদ মাধ্যম সমূহে কেৱল সত্যকে গুৰুত্ব দিব তেতিয়াই দেশ তথা মণিপুৰৰ উন্নয়ন সম্ভবপৰহৈ উঠিব।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলৰ সমস্যা সমূহ অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ লগত আলোচনা কৰি সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। লগতে কয় যে সাংবাদিক বন্ধুসকলে চৰকাৰী প্ৰতিষ্ঠানৰ কোনো বাতৰি সংগ্ৰহ কৰোতে সত্য, নিষ্ঠা তথা উপযুক্ত প্ৰমানৰ ভিত্তিতহে বাতৰি পৰিৱেশন কৰিব লাগে।

এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে সদৌ মণিপুৰ কৰ্মৰত সাংবাদিক সন্থাৰ সভাপতি চামজাই উপস্থিত থকা সাংবাদিক সকলক উদ্দেশ্যি কয় যে অহা বছৰৰ পৰা সাংবাদিকসকলৰ বাবে  এক সময়ৰ পেঞ্চনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। অনুষ্ঠানত স.ম.ক.সাং. স.ৰ প্ৰাক্তন সভাপতিৰ লগতে বিভিন্ন ঠাইৰ সাংবাদিকসকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd