• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত চাহ বাগিচাৰ কৰ্মীসকলক আৰ্থিক মঞ্জুৰী পত্ৰ বিতৰণ জিলা প্ৰশাসনৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 8, 2018 3:47 pm
কোকৰাঝাৰত অনুদান পত্ৰ বিতৰণ

কোকৰাঝাৰত চাহ বাগিচাৰ কৰ্মীসকলৰ একাউন্টত পাঁচ হেজাৰ টকাৰ অনুদান পত্ৰ বিতৰণ অনুষ্ঠান

108
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা নগদ বিহীন লেন- দেন ব্যৱস্থা তথা ঘোষিত বিমুদ্ৰাকৰণৰ সময়ত একাউণ্ট খোলা প্ৰত্যক্ষ চাহ বাগিচাৰ কৰ্মী সমূহৰ বেংক একাউণ্টত পাঁচ হেজাৰকৈ  আৰ্থিক অনুদানৰ মনঞ্জুৰী পত্ৰ সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে কোকৰাঝাৰ জিলা প্ৰশাসনে।

সোমবাৰে কোকৰাঝাৰ মাগুৰমাৰী চাহ বাগিচাৰ খেল পথাৰত আয়োজিত আৰ্থিক মনঞ্জুৰী পত্ৰ বিতৰণ সভাত উপস্থিত থাকি বি টি চিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই কোকৰাঝাৰৰ চাহ বাগিচাৰ মুঠ ১৯৫০ জন চাহ বাগিচাৰ কৰ্মীক উক্ত আৰ্থিক মনঞ্জুৰী পত্ৰ সমূহ বিতৰণ কৰে।

উল্লেখযোগ্য যে উল্লেখিত পাঁচ হেজাৰৰ আধা ধন অৰ্থাৎ দুই হেজাৰ পাঁচশ টকা প্ৰথম কিস্তি হিচাপে বিমুদ্ৰাকৰণৰ সময়ত বেংক একাউণ্ট খোলা চাহ বাগিচাৰ কৰ্মী সকলে অহা ১৬ জানুৱাৰীৰ ভিতৰত বেংকৰ জৰিয়তে আদায় কৰিব পাৰিব।

একেৰাহে ছমাহ বেংক একাউণ্টৰ জৰিয়তে মজুৰি গ্ৰহণ কৰা চাহ বাগিচাৰ কৰ্মীসকলে একাউণ্টৰ জৰিয়তে পুনৰ দুই হেজাৰ পাঁচশ টকা পাবলৈ সক্ষম হ’ব। তদুপৰি বেংক একাউণ্ট খোলা সকলো হিতাধিকাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা আঁচনি সমূহৰ সুফল ভৱিষ্যতে লাভ কৰিব বুলি সজাগতা সভাৰ জৰিয়তে চাহ বাগিচাৰ কৰ্মী সকললৈ উদ্দেশ্য কৰি বক্তব্য ৰাখে কোকৰাঝাৰ জিলা প্ৰশাসনৰ কৰ্তৃপক্ষ তথা বি টি চি ই এম ৰাজীৱ কুমাৰ ব্ৰহ্ম, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱা আৰু এছ বি আই , ইউকো বেংকৰ বিষয়াসকলে।

 

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd