• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পলমকৈ হ’লেও বড়োলেণ্ড গঠন হ’বই। বড়োলেণ্ডৰ আন্দোলন অব্যাহত থাকিব।’- প্ৰমোদ বড়ো

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 9, 2018 7:26 pm
এবছুৰ সভাপতি প্ৰমেোদ বড়ো

এবছুৰ সভাপতি প্ৰমেোদ বড়ো

137
VIEWS
Share on FacebookShare on Twitter
‘পলমকৈ হ’লেও বড়োলেণ্ড গঠন হ’বই। অনাগত সময়ছোৱাতো পৃথক বড়োলেণ্ডৰ দাবীত আন্দোলন অব্যাহত থাকিব।’ আজি কোকৰাঝাৰ জিলাৰ দোতমাত অবিভক্ত গোৱালপাৰা জিলা এবছুৰ সোণালী জয়ন্তী আৰু কোকৰাঝাৰ জিলা এবছুৰ ৪৯ তম অধিবেশনৰ মুকলি সভাত উপস্থিত থাকি এবছুৰ সভাপতি প্ৰমোদ বড়োই সংবিধানৰ গণ্ডীৰ ভিতৰত শীঘ্ৰেই পৃথক বড়োলেণ্ড গঠন কৰিবলৈ আহ্বান জনাই এইদৰে মন্তব্য কৰে।
নগা সমস্যা, কাশ্মীৰ সমস্যাতকৈ বড়োলেণ্ড তুলনামুলকভাৱে কম জটিল বুলি উল্লেখ কৰি এব্ছুৰ সভাপতিজনে চৰকাৰক বড়োলেণ্ড সমস্যাৰ শীঘ্ৰে সমাধানৰ কৰাৰ বাবে দাবী জনায়।
আনহাতে অধিৱেশনখনত অংশগ্ৰহণ কৰি বিদৰ্ভ আন্দোলনৰ নেতা অনিল জাবেদে বড়োলেণ্ড গঠনক সমৰ্থন কৰি কয় যে, ‘চৰকাৰে শীঘ্ৰেই পৃথক ৰাজ্য গঠন সন্দৰ্ভত এক সুস্থিৰ নীতি ল’ব লাগে।’ জাভেদে লগতে উন্নয়নৰ বাবেই পৃথক ৰাজ্য গঠন কৰা উচিত বুলিও মত প্ৰকাশ কৰে।
বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছুৱে বড়ো জাতিৰ বাবে কি কৰিলে তাৰ হিচাপ দিয়ক বুলি কৰা প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে জাতীয় সংগঠন এটাৰ হিচাপ দিবলগীয়া একো নাথাকে বৰং ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰেহে ৰাইজক হিচাপ দিয়া উচিত।
তদুপৰি এনআৰচি সন্দৰ্ভত মমতা বেনাৰ্জীৰ বক্তব্য উচটনিমুলক বুলি মন্তব্য কৰি বড়োই অসমত এটা চক্ৰই এনআৰচি হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ কৰাৰ লগতে সকলো ৰাইজকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।
আজিৰ কাৰ্যসূচীত এবছুৰ প্ৰায়সকল নেতা, এনডিএফবি(প্ৰ)ৰ একাংশ নেতাকে ধৰি কেইবা সহস্ৰাধিক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd