• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেম্পিয়নছ ট্ৰফী জয় লাভ কৰা বাবে ভাৰতীয় দললৈ ৫৮ কোটি টকা! প্ৰতিজন খেলুৱৈয়ে পাব ৩কোটিকৈ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 1:51 pm
127
VIEWS
Share on FacebookShare on Twitter

চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবে ভাৰতে আইচিচিৰ পৰা ২০ কোটি টকা পুৰস্কাৰ ধন হিচাপে লাভ কৰে। বৃহস্পতিবাৰে এক বিবৃতিত ৰজাৰ বিনিয়ে ঘোষণা কৰে যে চেম্পিয়নছ ট্ৰফীৰ বিজয়ী দলটোক ৫৮ কোটি টকাৰ পুৰস্কাৰ ধন দিয়া হ’ব। এই ধন ক্ৰিকেটাৰ, প্ৰশিক্ষক কৰ্মচাৰী আৰু বাছনি সমিতিৰ সদস্যৰ মাজত ভাগ কৰা হ’ব।

ব’ৰ্ডে কয় যে, “সকলোৱে একেলগে কৰা কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে সমগ্ৰ প্ৰতিযোগিতাখনত আধিপত্য বিস্তাৰ কৰিছে। ইয়াৰ আৰম্ভণি হৈছিল বাংলাদেশৰ বিৰুদ্ধে ছয় উইকেটৰ জয়ৰে। তাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ছয় উইকেটৰ জয়। এই গতি বজাই ৰাখি নিউজিলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰি ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাস্ত কৰে।

সভাপতি ৰজাৰ বিনিয়ে কয়, ‘একেৰাহে দুটা আইচিচি ট্ৰফী জয় কৰাটো এক অনন্য কৃতিত্ব। বিশ্ব মঞ্চত ভাৰতীয় ক্ৰিকেটাৰসকলৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ কথা মনত ৰাখি এই বঁটা প্ৰদান কৰা হৈছে। সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছে। ২০২৫ চনত এইটো আমাৰ দ্বিতীয়টো আইচিচি বঁটা। ইয়াৰ পূৰ্বে আমি ১৯ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ লাভ কৰিছো।’

ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “বিচিচিআইয়ে ক্ৰিকেটাৰ আৰু সহায়ক কৰ্মচাৰীসকলক সন্মান জনাই গৌৰৱ অনুভৱ কৰিছে। বছৰ বছৰ ধৰি তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু কৌশলৰ বাবেই তেওঁলোকে বিশ্ব ক্ৰিকেটত শাসন কৰি আছে। চেম্পিয়নছ ট্ৰফী জয়ৰ দ্বাৰা প্ৰমাণিত হৈছে যে ভাৰত কিয় বগা বল ক্ৰিকেটৰ ক্ষেত্ৰত আগৰণুৱা। ভৱিষ্যতেও আমি এইদৰে শাসন কৰি যাম।”

Recent News

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd