NORTHEAST NOW (Assamese)

গো মাংসৰে পিকনিক খাই সামাজিক মাধ্যমত প্ৰচাৰঃ ৬ জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

January 22, 2025 5:19 pm · এন ই নাও নিউজ, গুৱাহাটী

পিকনিকৰ সময়ত গো-মাংস ৰান্ধি ছচিয়েল মিডিয়াত ভিডিঅটো আপলোড কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ছয়জন ব্যক্তি।

হাতীগাওঁ আৰক্ষী থানাত পঞ্জীয়ন হোৱা এজাহাৰৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ আছলাপাৰাৰ আটাইকেইজন অভিযুক্তক জিম্মাত লোৱা হয়।

ধৃত ব্যক্তিকেইজনৰ নাম:

ছাহিল খান

হাফিজুৰ ইছলাম

ৰকিবুল হুছেইন

জাহিদুল ইছলাম

ইজাজ খান

ছয়জনক অধিক জেৰাৰ বাবে হাতীগাঁও থানালৈ লৈ যোৱা হৈছে।

Related News