• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ নিৰাপত্তা ধোঁৱাচাঙত, দিন দুপৰতে ৪খনকৈ ট্ৰাক জ্বলাই দিলে ‘উগ্ৰপন্থীয়ে’

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 9, 2018 4:08 pm
dima-hasao-trauck

অগ্নিসংযোগ কৰা এখন ত্ৰাক। ছবি- নৰ্থ ইষ্ট নাও।

1.2k
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ লাংটিং আৰক্ষী থানাৰ অন্তৰ্গত ডিচাব্ৰা গাঁৱত শনিবাৰে আবেলি ৪খনকৈ কাঠ ভৰ্তি ট্ৰাক জ্বলাই দিয়াৰ এক ঘটনা সংঘটিত হৈছে। ঘটনাটোত উগ্ৰপন্থী জৰিত থকাৰ সন্দেহ কৰা হৈছে।

লাংটিঙৰ পৰা ৫০ কি.মি. দূৰৰ কাৰ্বি আংলঙৰ সীমামূৰীয়া ভিতৰুৱা গাওঁখনত সংঘটিত এই ঘটনাটোত কোনো লোক হতাহত হৈছে নেকি এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই। কিন্তু ঘটনাটোৰ সত্যতা নিশ্চিত কৰিছে লাংটিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুণজিত পাঠকে।

লগতে পঢ়ক– ১ লাখ টকাত ডিমাপুৰৰ শ্বাৰ্প শ্বুটাৰে হাফলঙলৈ আহি কাৰ্য্যালয়তে গুলীয়াইছিল বিষয়াক

ইতিমধ্যে লাঙটিং আৰক্ষী অভিযানত নামিছে যদিও ঘটনাত কোন জড়িত আছে সেয়া আৰক্ষীয়ে এতিয়াও নিশ্চিত কৰা নাই।

ইফালে ট্ৰাককেইখন কাঠৰ অবৈধ সৰবৰাহকাৰী বুলি খবৰ ওলোৱাত একেটা ঘটনাক লৈ আৰক্ষী, বন বিভাগলৈয়ো আঙুলি উঠিছে।

জিলাখনত শেহতীয়াকৈ অপহৰণৰ ঘটনাও বৃদ্ধি পাইছে।

Recent News

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

ৰঘুৰাম ৰাজনৰ গুৰুত্ব পূৰ্ণ মন্তব্য: উন্নত দেশ হ’বলৈ ৮-৯% হ’ব লাগিব ভাৰতৰ বিকাশৰ হাৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd