• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ লাখ টকাত ডিমাপুৰৰ শ্বাৰ্প শ্বুটাৰে হাফলঙলৈ আহি কাৰ্য্যালয়তে গুলীয়াইছিল বিষয়াক

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 2, 2018 9:58 pm
Rupom-750x375

হাফলঙত গুলীত আহত চৰকাৰী বিষ্যা ৰূপম। ফাইল ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমাপুৰৰ পৰা আহি চুপাৰি শ্বাৰ্প শ্বুটাৰে গুলীয়াইছিল হাফলঙৰ খাদ্য আৰু অসামৰিক বিষয়া ৰূপম দিব্ৰাগেডে ওৰফে ডনাল্ডক।

ঘটনাটোৰ মাষ্টাৰমাইণ্ড আৰু সহযোগী ক্ৰমে বাবু আৰু এইচ কুয়াম নামৰ দুজনক গ্ৰেপ্তাৰ কৰি এই দাবী কৰিছে আৰক্ষীয়ে। কিন্তু মূল অভিযুক্ত ডিমাপুৰ শ্বুটাৰ পলাই গৈছে।

Apply Now

“সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ মালিক বাবু ছেত্ৰীয়ে ৰূপম ওৰফে ডনাল্ডক হত্যা কৰাৰ কাৰণে এইচ কুয়ামেৰ সহায় লৈ ডিমাপুৰৰ পৰা এক লাখ টকাৰ চুক্তিৰে শ্বুটাৰ হায়াৰ কৰিছিল। গুলীচালনাত ব্যৱহৃত মাৰণাস্ত্ৰ ৭.৬৫ পিস্তলটোও আমি জব্দ কৰিছো,” হাফলঙত দেওবাৰে সংবাদমেলযোগে এই দাবী দক্ষিণ অসমৰ উপ মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ৰ।

গ্ৰেপ্তাৰ হোৱা বাবু আৰু কুয়ামেক বৰ্তমানে আৰক্ষীয়ে সোধাপোচ কৰি আছে বুলিও জনাই আৰক্ষী বিষয়াজনে। সংবাদমেলত ডিমা হাচাওৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক পুষ্পৰাজ সিঙো উপস্থিত আছিল।

Babu Chetri Mastermind(1)
গুলীচালনাৰ মাষ্টাৰমাইণ্ড বাবু ছেত্ৰী। ছবি- নৰ্থ ইষ্ট নাও।

আনহাতে মাইবাঙৰ ওৱাজ’ (Wajao) গাঁৱত সংঘটিত অপহৰণৰ ঘটনা সন্দৰ্ভত বিশেষ কোনো মন্তব্য নকৰি উপাধ্যায়ে ঘটনাটো আৰক্ষীয়ে তদন্ত কৰি আছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক– ডিমা হাচাওত গুলীচালনাৰ ঘটনা; এজন চৰকাৰী বিষয়া আহত

তেওঁ অৱশ্যে এই অপহৰণ আঁৰত কোনো সংগঠিত গোট থকাৰ কথা অস্বীকাৰ কৰিছে। ধনৰ কাৰণেই অপৰাধী গোটে এইবোৰ কৰি আছে বুলি তেওঁ দাবী কৰে।

পাহাৰীয়া জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ লগতে চৰকাৰী বিষয়াক গুলীওৱাৰ ঘটনাৰ বুজ লোৱাৰ কাৰণে শনিবাৰে নিশা হাফলঙত উপস্থিত হৈছিল ডিআইজি উপাধ্যায়।

শনিবাৰে সাপ্তাহিক বজাৰ বাৰৰ দিনা হাফলং কলেজ ৰোডৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চৰকাৰী কাৰ্যালয়ত পৰিদৰ্শক ৰূপম ওৰফে ডনাল্ড দিব্ৰাগেডেক পিস্তলেৰে গুলিয়াইছিল অচিনাকী দুৰ্বৃত্তই।

বুকুত দুটাকৈ গুলী লগা ৰূপম বৰ্তমানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd