• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ কমাৰগাঁৱত পৰিচয়পত্ৰ দেখুৱাব নোৱৰা বাবে ৬৪ শ্ৰমিকক ধৰি আৰক্ষীক গতালে ছাত্ৰ সংগঠনে

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
October 23, 2018 8:50 pm
The suspected Bangladeshi nationals 2

প্ৰতিনিধিত্বমূলক ফটো।

768
VIEWS
Share on FacebookShare on Twitter

কাগজপত্ৰ দেখুৱাব নোৱৰা আৰু বাবেই সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে সৰ্বমুঠ ৬৪ জন সন্দেহজনক নাগৰিক ধৰি গোলাঘাট আৰক্ষীৰ হাতত গটাই দিয়ে।

পুৱা প্ৰায় ৭-৩০ মান বজাত ছাত্ৰ সংগঠনৰ সদস্যকেইজনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পিকেটিং কৰি থকা সময়ত এই লোককেইজনক আটক কৰে।

সদৌ চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ সম্পাদক লাচিত কাকতীয়ে কৈছে, ‘‘বন্ধৰ সময়ত আমি দুখন যাত্ৰীবাহী বাহনক কমাৰগাঁও তিনি আলিত আবদ্ধ কৰে। তাৰ পাছত আমি যাত্ৰীসকলৰ বৃত্তি আৰু বৰ্তমানৰ ঠিকনা বিষয়ক প্ৰশ্ন সোধোঁ কিন্তু বিলেগ বেলেগ উত্তৰ দিয়ে আৰু তেওঁলোকৰ কোনেও অসমীয়া ভাষা বুলি নাপাইছিল। তাৰ পাছতেই তেওঁলোকৰ আচল পৰিচয় সন্দৰ্ভত প্ৰশ্নৰ উদ্ৰেক হয় আৰু তেওঁলোক অবৈধ বাংলাদেশী বুলি সন্দেহ ওপজে। আমি কমাৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দিও পৰৱৰ্তী অনুসন্ধানৰ বাবে তেওঁলোকক আৰক্ষীৰ হাতত অৰ্পণ কৰোঁ।

কাকতীয়ে কৈছে যে ৰাজ্যখনত অবৈধ বাংলাদেশী নাগৰিক ঘূৰা-ফিৰা কৰি থকাটোৰ এইটোৱেই একমাত্ৰ ঘটনা নহয়। ভাৰত-বাংলাদেশ সীমান্তৰ বেৰ পাৰ হৈ বাংলাদেশৰ পৰা অবৈধভাৱে বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটিয়েই আছে আৰু সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।

এখন বাছ বিহাৰৰ কাটিহাৰৰ পৰা আনখন বাছ বৰপেটাৰ পৰা আহি আছি আৰু বাছখন শিৱসাগৰৰ ডিমৌ আৰু গোলাঘাটৰ ৰঙামাটিত থকা ইটাভাতীৰ পিনে গৈ আছিল।

গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেব ৰাইয়ে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে, ‘‘এই ৬৪ জন লোকৰ চিনাকি আৰু ৰাষ্ট্ৰীয়তা প্ৰমাণৰ চেষ্টা কৰি আছোঁ। কাটিহাৰৰ পৰা অহা অধিকাংশ লোকেই আধাৰ কাৰ্ড দেখুৱাবলৈ সক্ষম হৈছে। আমি আনকি বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ আধাৰ কাৰ্ড পুনৰীক্ষণ কৰি আছোঁ। আনহাতে বৰপেটাৰ পৰা অহা লোকসকলে সন্তোষজনক তথ্যপাতি দেখুৱাব পৰা নাই। সেয়েহে আমি তেওঁলোকক তেওঁলোকৰ ৰাষ্ট্ৰীয়তা প্ৰমাণৰ বাবে প্ৰয়োজনীয় নথি জমা দিয়াৰ বাবে ৩ দিনৰ সময় দিছোঁ।’’ ধৃত লোককেইজনে ৰাষ্ট্ৰীয়তাৰ উপযুক্ত প্ৰমাণ সম্বলিত নথি দেখুৱাব দিব নোৱাৰিলে তেওঁলোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী অধীক্ষক ৰাইয়ে জনাইছে।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd