• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উদুলি-মুদুলি নগাঁৱৰ নেহৰুবালি : আৰম্ভ হ’ল ষষ্ঠ উত্তৰ-পূব শিশু গ্ৰন্থমেলা

মিণ্টু দাস by মিণ্টু দাস
October 31, 2018 10:18 pm
Nagaon Children's book fair
290
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ৮ দিনীয়াকৈ উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰম্ভ হৈছে ষষ্ঠ সংখ্যক উত্তৰ-পূব শিশু গ্ৰন্থমেলা। গ্ৰন্থৰ সুৱাসেৰে উদ্ভাসিত হৈ পৰিছে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুবালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰ।

আজি পুৱা গ্ৰন্থমেলাৰ পতাকা উত্তোলনেৰে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গ্ৰন্থমেলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

ইয়াৰ পিছতে শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে গ্ৰন্থমেলাৰ উপ-সভাপতি তথা জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই। ইয়াৰ আগতে আজি পুৱা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰদীপ শইকীয়া ক্ষেত্ৰত উপস্থিত হৈ গ্ৰন্থমেলাৰ অগ্ৰগতিৰ বুজ লয়।

বিয়লি গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰি দিয়া ভাষণত নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে নেহৰুবালিত আজিৰ পৰা আৰম্ভ হোৱা উত্তৰ-পূব শিশু গ্ৰন্থমেলাই সকলোকে গ্ৰন্থৰ সুবাস বিলাব বুলি মন্তব্য কৰে।

আনহাতে, সন্ধিয়া গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা গ্ৰন্থ বিপনীৰ লগত জড়িত গ্ৰন্থ বান্ধৱ সকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত গান্ধাৰ সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত শিল্পী সকলৰ গীত নৃত্যৰে মুখৰিত হৈ পৰে নেহৰুবালি।

এইবাৰ গ্ৰন্থমেলাত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ গ্ৰন্থ বিপনী আৰু প্ৰকাশন পৰিষদে অংশগ্ৰহণ কৰিছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd