• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিয়োগত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 10:01 pm
399
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন প্ৰণৱ মুখাৰ্জীৰ মৃত্যুত দেশজুৰি সাত দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

চৰকাৰে এটা বিজ্ঞপ্তিৰ জৰিয়তে কয়, ‍‘স্বৰ্গগামী ব্যক্তিগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে দেশজুৰি ৩১ আগষ্টৰ পৰা ৬ ছেপ্তেম্বৰলৈকে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব’।

বিজ্ঞপ্তিটোত লগতে কোৱা হয়, ‍‘সাতদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ সময়ত চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত নিয়মিতভাৱে উৰি থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত থাকিব’।

আনহাতে এই সময়ছোৱাত কোনোধৰণৰ বিনোদনমূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত লগতে কোৱা হৈছে।

ইফালে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শেষকৃত্য ক’ত, কেতিয়া আৰু কিমান সময়ত কৰা হ’ব সেই বিষয়ে পৰৱৰ্তী সময়ত জনাব বুলি চৰকাৰে জনায়।

উল্লেখ্য যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে সোমবাৰে সন্ধিয়া ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

কিছু দিনৰ পৰা অসুস্থ হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দিল্লীৰ আৰ আৰ হাস্পতালত মৃত্যু হোৱা বুলি তেওঁৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইটাৰযোগে জনায়।

প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ লগতে বিভিন্ন গণ্য মান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd