• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জলপাইগুৰিত অঘটনঃ মূৰ্তি বিসৰ্জনৰ সময়তে নদীত আহিল বানৰ ঢল, ৮ জন নিহত, বহুজন সন্ধানহীন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 6, 2022 7:17 am
193
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়তে জলপাইগুৰিত ঘটিল দুৰ্যোগ। হঠাতে নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত বহু লোকক পানীৰ সোঁতে উটুৱাই লৈ যায়। বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত ঘটিছে এই অঘটন। প্ৰতিমা বিসৰ্জন দিবলৈ অহা বহুলোক মাল নদীত উটি যায়। ঘটনাটোত বহু মানুহ নদীৰ মাজত আবদ্ধ হৈ পৰে।

অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীনভাবে নামি পৰে প্রসাশনৰ লোক । প্ৰশাসনৰ উদ্যোগত জেচিবি ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলোৱা হয়। স্থানীয় সূত্ৰৰ মতে পাহাৰৰ পৰা হঠাতে পানী নামি অহাৰ ফলতে নৈ খনত জলস্তৰ বৃদ্ধি পায়।

প্ৰশাসনে প্ৰকাশ কৰা মতে , কমেও ২০২৫ জন লোক সন্ধানহীন হৈ আছে।জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুৱে কয় যে ৮ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত যুৱক-যুৱতী আৰু বয়সীয়াল লোকো আছে। বিসৰ্জনৰ সময়ত বহু লোক নদীৰ মাজৰ বালিত থিয় হৈ আছিল। তেওঁলোকৰ বহুতকে উদ্ধাৰ কৰা হৈছিল। অৱশ্যে, কিমান জন উটি গৈছে সেয়া সঠিককৈ কোৱা সম্ভৱ হোৱা নাই। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জলপাইগুৰিৰ আৰক্ষী অধীক্ষক দেবৰশী দত্তই কয়, “নিশা প্ৰায় ৮.৩০ বজাত নৈ খনত বান আহে। ফলস্বৰূপে, কেইজনমান লোক উটি যায়। তেওঁলোকৰ ৮ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেইজনমানে নদীৰ মাজত এটা চাৰত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱা সকলোক উদ্ধাৰ কৰা হৈছে। নদীখনত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। নদীৰ পাৰটো খালী কৰা হৈছে। উদ্ধাৰ অভিযানত নামি পৰিছে আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনী। ”

Recent News

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

আশ্ৰমৰ ভিতৰত ভয়ংকৰ ঘটনা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো খেলুৱৈ দলবদ্ধ ধৰ্ষণ, যোগী ৰাজ্যত আলোড়নৰ সৃষ্টি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd