• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ এক ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : ৮ শ্ৰমিকৰ মৃত্যু, আহত ৪০

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2020 12:23 pm
index
912
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত বিস্ফোৰণত মৃত্যু হৈছে ৮ জনকৈ শ্ৰমিকৰ।

মৃতকৰ সংখ্যা বৃদ্ধি পাব বুলিও আংশকা কৰা হৈছে।

বিস্ফোৰণতটোত আহত হৈছে অন্য ৪০ গৰাকী শ্ৰমিক।

গুজৰাটৰ ভাৰুছ জিলাৰ উদ্যোগিক এলেকা ডাহেজত অৱস্থিত বিস্ফোৰণ সংঘটিত হোৱা ৰাসায়নিক কাৰখানাটো।

‘৮ গৰাকী শ্ৰমিক ৰাসায়নিক কাৰখানাৰ ব্ৰইলাৰৰ বিস্ফোৰণত মৃত্যু হৈছে।’ পিটিআইক এইদৰে কয় স্থানীয় আৰক্ষী বিষয়া বিপুল গাগীয়াই।

‘৩৫ পৰা ৪০ গৰাকী আহত শ্ৰমিকক দগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে। আহত সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰি থকা হৈছে।’ ভাৰুছ জিলা উপায়ুক্ত এম ডি মোদীয়াই সংবাদ প্ৰতিষ্ঠান পিটিআইক কয়।

ইফালে কাৰখানাৰটো সংঘটিত বিস্ফোৰণৰ ফলত নিৰ্গত ৰাসায়নিক পদাৰ্থই দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু প্ৰদূষিত কৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় গাঁৱৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে বুলিও জিলা উপায়ুক্ত গৰাকীয়ে জনায়।

বিস্ফোৰণ সংঘটিত হোৱা ৰাসায়নিক কাৰখানাটো য়াশাশ্বী ৰাসায়ন প্ৰাইভেট লিমিটেডৰ।

কাৰখানাটোত উদ্যোগিক প্ৰতিষ্ঠানত ব্যৱহাৰ্য ১৫ বিধ ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰা হয়।

Recent News

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

জনজাতিৰ মৰ্যদা নাপালে ২০২৬ ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ : ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd