• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্মি পাব্লিক স্কুলত ৮,০০০শিক্ষক নিযুক্তি; TET পাছ নহ’লেও কৰিব পাৰিব আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 1:09 pm
school

প্ৰতিনিধিত্বমূলক ফটো।

690
VIEWS
Share on FacebookShare on Twitter

আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন ছচাইটিয়ে শিক্ষক-শিক্ষয়িত্ৰী পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছে। টেট পাছ নকৰিলেও উপযুক্ত প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব।

ছচাইটিয়ে প্ৰাইমেৰী ট্ৰেইন্ড টিচাৰ (PRT), ট্ৰেইন্ড গ্ৰেজুৱেট টিচাৰ (TGT) আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ (PGT)ৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপনৰ প্ৰকাশ কৰিছে।

দেশৰ প্ৰায় ১৩৭খন আৰ্মি পাব্লিক স্কুলৰ বাবে প্ৰায় ৮০০০ শিক্ষক-শিক্ষয়ত্ৰী নিয়োগ কৰা হ’ব।

পদসমূহৰ বাবে ১ অক্টোবৰৰ পৰা ৰেজিষ্টেশ্যন আৰম্ভ হৈছে আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অহা ২০ অক্টোবৰ পৰ্যন্ত চলিব।

ইচ্ছুক প্ৰাৰ্থীসকলে পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।

অহা ৪ নৱেম্বৰৰ পৰা এডমিট কাৰ্ড প্ৰকাশ কৰা হ’ব। ২১ আৰু ২২ নৱেম্বৰত অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণাৰ সম্ভাৱ্য তাৰিখ হৈছে অহা ২ ডিচেম্বৰ।

যোগ্যতাসমূহ:

ক) PGT পদৰ বাবে আবেদনকাৰী বিএড আৰু সংশ্লিষ্ট বিষয়ত ন্যুনতম ৫০শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

খ) TGT পদৰ বাবে আবেদনকাৰী বিএড আৰু সংশ্লিষ্ট বিষয়ত ন্যুনতম ৫০শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

গ) PRTপদৰ বাবে আবেদনকাৰী স্নাতক হোৱাৰ লগতে বিএড ডিগ্ৰী বা ২বছৰীয়া ডিপ্ল’মা বা ৪বছৰীয়া পাঠ্যক্ৰম উত্তীৰ্ণ হোৱা হ’ব লাগিব।

PRT আৰু TGT পদৰ বাবে টেট বা চি-টেট উত্তীৰ্ণ বাধ্যতামূলক। অৱশ্যে, টেট পাছ নকৰা প্ৰাৰ্থী আন যোগ্যতাৰ মানদণ্ডত উত্তীৰ্ণ হ’লে তেওঁলোকক এডহক ভিত্তিত নিয়োগ কৰা হ’ব।

বয়সৰ সীমা:

অনভিজ্ঞ প্ৰাৰ্থীৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৪০ বছৰ আৰু অভিজ্ঞ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়স সৰ্বোচ্চ ৫৭বছৰ ধাৰ্য কৰা হৈছে।

এই সম্পৰ্কত বিতং জানিবৰ বাবে awesindia.com ত লগ ইন কৰক।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd