• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্মি পাব্লিক স্কুলত ৮,০০০শিক্ষক নিযুক্তি; TET পাছ নহ’লেও কৰিব পাৰিব আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 1:09 pm
school

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্মি ৱেলফেয়াৰ এডুকেশ্যন ছচাইটিয়ে শিক্ষক-শিক্ষয়িত্ৰী পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছে। টেট পাছ নকৰিলেও উপযুক্ত প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব।

ছচাইটিয়ে প্ৰাইমেৰী ট্ৰেইন্ড টিচাৰ (PRT), ট্ৰেইন্ড গ্ৰেজুৱেট টিচাৰ (TGT) আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ (PGT)ৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপনৰ প্ৰকাশ কৰিছে।

Apply Now

দেশৰ প্ৰায় ১৩৭খন আৰ্মি পাব্লিক স্কুলৰ বাবে প্ৰায় ৮০০০ শিক্ষক-শিক্ষয়ত্ৰী নিয়োগ কৰা হ’ব।

পদসমূহৰ বাবে ১ অক্টোবৰৰ পৰা ৰেজিষ্টেশ্যন আৰম্ভ হৈছে আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অহা ২০ অক্টোবৰ পৰ্যন্ত চলিব।

ইচ্ছুক প্ৰাৰ্থীসকলে পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ অনলাইনত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।

অহা ৪ নৱেম্বৰৰ পৰা এডমিট কাৰ্ড প্ৰকাশ কৰা হ’ব। ২১ আৰু ২২ নৱেম্বৰত অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে ফলাফল ঘোষণাৰ সম্ভাৱ্য তাৰিখ হৈছে অহা ২ ডিচেম্বৰ।

যোগ্যতাসমূহ:

ক) PGT পদৰ বাবে আবেদনকাৰী বিএড আৰু সংশ্লিষ্ট বিষয়ত ন্যুনতম ৫০শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

খ) TGT পদৰ বাবে আবেদনকাৰী বিএড আৰু সংশ্লিষ্ট বিষয়ত ন্যুনতম ৫০শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব।

গ) PRTপদৰ বাবে আবেদনকাৰী স্নাতক হোৱাৰ লগতে বিএড ডিগ্ৰী বা ২বছৰীয়া ডিপ্ল’মা বা ৪বছৰীয়া পাঠ্যক্ৰম উত্তীৰ্ণ হোৱা হ’ব লাগিব।

PRT আৰু TGT পদৰ বাবে টেট বা চি-টেট উত্তীৰ্ণ বাধ্যতামূলক। অৱশ্যে, টেট পাছ নকৰা প্ৰাৰ্থী আন যোগ্যতাৰ মানদণ্ডত উত্তীৰ্ণ হ’লে তেওঁলোকক এডহক ভিত্তিত নিয়োগ কৰা হ’ব।

বয়সৰ সীমা:

অনভিজ্ঞ প্ৰাৰ্থীৰ বাবে বয়সৰ সৰ্বোচ্চ সীমা ৪০ বছৰ আৰু অভিজ্ঞ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়স সৰ্বোচ্চ ৫৭বছৰ ধাৰ্য কৰা হৈছে।

এই সম্পৰ্কত বিতং জানিবৰ বাবে awesindia.com ত লগ ইন কৰক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd