• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গছ কটাৰ দুখত কান্দোনত ভাগি পৰা ৯ বছৰীয়া মণিপুৰী ছোৱালীক গ্ৰীণ এম্বেছাদৰ নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 9:21 pm
Elangbam-Valentina-Devi-2jpg-615x375

এলাংবাম ভেলেন্টিনা দেৱী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ এগৰাকী ৯ বছৰীয়া স্কুলীয়া ছোৱালীক গছৰ প্ৰতি তাইৰ নিস্বাৰ্থ ভালপোৱাৰ স্বীকৃতি হিচাপে ৰাজ্যখনৰ গ্ৰীণ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

পথ বহলোৱা প্ৰকল্প এটাৰ বাবে দুডাল গছ কটাৰ কাৰণে ছোৱালীজনীয়ে কান্দোনত ভাগি পৰা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এই সন্মান দিয়া আগবঢ়োৱা হৈছে।

মণিপুৰ চৰকাৰৰ এটা চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে কাকচিঙ জিলাৰ হিয়াংলাম মাখা লেইকাইৰ এলাংবাম ভেলেন্টিনা দেৱীক মুখ্য মন্ত্ৰীৰ সেউজ মণিপুৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।

নিৰ্দেশটোত কোৱা হৈছে,’’ এয়া তাইৰ গছৰ প্ৰতি অফুৰন্ত মৰম আৰু ভালপোৱাৰ স্বীকৃতি আৰু ‘নিৰ্দেশটো দিয়া তাৰিখৰ পৰা এবছৰৰ বাবে’ পৰিৱেশ সংৰক্ষণৰ ওপৰত গণ সজাগতা সৃষ্টিৰ কাম কৰিব।

ভেলেন্টিনা কাকচিঙ চহৰৰ আমুটম্বি ডিভাইন লাইফ ইংলিছ স্কুলৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

তাই পাঁচ বছৰ পূৰ্বে দুডাল কৃষ্ণচূড়া (ৰয়েল পইনচিয়ানা) গছৰ পুলি এটা নদীৰ পাৰত ৰোপন কৰিছিল।

তাই গছপুলি দুডালৰ যতন লৈছিল আৰু সেইয়া প্ৰায় চাৰি বছৰৰ ভিতৰত লহপহীয়া গছ হৈ উঠিছিল।

শনিবাৰে, নদীখনৰ কাষেৰে যোৱা পথ বহলোৱা প্ৰকল্পৰ বাবে গছ দুডাল আন গছ গছনিৰ লগতে কাটি পেলোৱা হয়।

গছ দুডাল কটাৰ পাছত ছোৱালীজনীয়ে কান্দি থকা এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

‘’মই ছোৱালীজনীয়ে কান্দি থকা ভিডিঅ’টো দেখিছিলো, যেন কোনো অতি নিকট সম্পৰ্কৰ মানুহহে ঢ়ুকাইছে। দুডাল গছ কটাৰ বাবে তাইৰ যি অনুভুতি সেয়া আমি ডাঙৰ বিলাকে সম্ভৱত: ইমান নাভাৱো। এইটোৱে মোক প্ৰভাৱিত কৰিছে,’’-মুখ্য মন্ত্ৰী বীৰেন সিঙে এনেদৰে কয়।

মুখ্য মন্ত্ৰী এন বীৰেন সিঙে কয় যে তেওঁ এছ পি য়েংখম ভিক্টোৰিয়াক তাইক লগ ধৰি সান্তনা দিবলৈ আৰু তাইক কমেও ২০ টা গছপুলি উপযুক্ত স্থানত ৰুবলৈ দিয়াৰ বাবে নিৰ্দেশ দিছিলো।

‘’পাছত, মই উপলব্ধি কৰিছিলো যে যোৱা জুন মাহত আৰম্ভ কৰা সেউজ মণিপুৰ অভিযানৰ বাবে তাইতকৈ কোনো ভাল এম্বেছাদৰ হ’ব নোৱাৰে। এনেকুৱা সৰু কালতে গছৰ প্ৰতি থকা তাইৰ ভালপোৱা ইমানেই গভীৰ যে মই এটা নিৰ্দেশ দিয়াৰ সিদ্ধান্ত ল’লো আৰু চৰকাৰী বিষয়াৰ জৰিয়তে তাইৰ হাতত তুলি দিয়া হ’ল,’’-তেওঁ কয়।

নিৰ্দেশটো অনুসৰি ভেলেন্টিনা মণিপুৰৰ সেউজ অঞ্চল বৃদ্ধি কৰাৰ বাবে প্ৰম’ট কৰা এনেকুৱা সকলোধৰণৰ বিজ্ঞাপন তথা প্ৰচাৰাভিযানৰ অংশ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd