• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জিনিলে ৯৪ বৰ্ষীয় ভগৱানী দেৱী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2022 4:30 pm
Bhagwani Devi Dagar
669
VIEWS
Share on FacebookShare on Twitter

বয়স যে মনোবলৰ বাধা হ’ব নোৱাৰে এই কথা পুনৰ প্ৰমাণ কৰি দিছে ভগৱানী দেৱী ডাগৰে। ভাৰতৰ এই ৯৪ বছৰীয়া এথলীট গৰাকীয়ে ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰি তুলিছে।

ভগৱানী দেৱী ডাগৰে ১০০ মিটাৰ দৌৰৰ শাখাত ২৪.৭৪ ছেকেণ্ড সময় লৈ স্বৰ্ণ পদক দখল কৰে। তদুপৰি তেওঁ প্ৰতিযোগিতাখনত শ্বট-পুটতো ব্ৰঞ্জৰ পদক লাভ কৰিছে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে টুইটাৰযোগে বয়োজেষ্ঠ এথলীট গৰাকীৰ এই সাফল্যৰ বিষয়ে সদৰি কৰিছে।

 

India’s 94-year-old #BhagwaniDevi Ji has yet again proved that age is no bar!

She won a GOLD medal at the #WorldMastersAthleticsChampionships in Tampere in the 100m sprint event with a timing of 24.74 seconds.🥇She also bagged a BRONZE in Shot put.

Truly commendable effort!👏 pic.twitter.com/Qa1tI4a8zS

— Dept of Sports MYAS (@IndiaSports) July 11, 2022

উল্লেখ্য যে ৩৫ বছৰ বয়সৰ উৰ্দ্ধৰ খেলুৱৈসকলৰ বাবে বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ হৈছে আয়োজন কৰা হয়। এইবাৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈ ফিনলেণ্ডত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল।

ভগৱানীৰ সাফল্যৰ পিছতে দেশবাসীয়ে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, হৰদীপ সিং পুৰী আৰু পীয়ুষ গোৱেলকে ধৰি আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনহোৰ লাল খট্টৰেও ভগৱানী দেৱী ডাগৰক অভিনন্দন জনায়।

তেওঁলোকে ৯৪ বছৰীয়া বৰিষ্ঠ এথলীট গৰাকীক সকলোৰে বাবে এক অনুপ্ৰেৰণা বুলি অভিহিত কৰে। আনহাতে সামাজিক মাধ্যমতো ভগৱানী দেৱী ডাগৰৰ এই চমকপ্ৰদ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd