• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিশ্ব চেম্পিয়ন : ৯৫ বয়সীয়া বৃদ্ধাই ভাৰতলৈ কঢ়িয়াই আনিলে ৩টাকৈ সোণৰ পদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 3:54 pm
বিশ্ব চেম্পিয়ন : ৯৫ বয়সীয়া বৃদ্ধাই ভাৰতলৈ কঢ়িয়াই আনিলে ৩টাকৈ সোণৰ পদক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোবল, অধ্যৱসায় আৰু ইতিবাচক চিন্তাৰে যে মানুহে বয়সৰ লগত যুঁজ দিব পাৰে সেয়া যেন প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ৯৫ বছৰ বয়সীয়া বৃদ্ধাই। তিনিটাকৈ সোণৰ পদকেৰে বিশ্বত নিজৰ নাম উজ্বলাই বৃদ্ধ আৰু তৰুণ সকলোৰে প্ৰেৰণাৰ উৎস হিচাপে নিজকে প্ৰতিষ্ঠা কৰি থৈ গ’ল এগৰাকী ভাৰতীয় মহিলাই।

পোলেণ্ডত অনুষ্ঠিত হোৱা নৱম World Master Athletics Indoor Championship ২০২৩ ত তিনিটা সোণৰ পদক অৰ্জন কৰি খ্যাতি কঢ়িয়াই আনিলে ৯৫ বছৰীয়া এগৰাকী ভাৰতীয় খেলুৱৈয়ে।

স্বৰ্ণ পদক বিজয়ী দূৰন্ত খেলুৱৈ গৰাকী হৈছে হাৰিয়ানাৰ ভগৱানী দেৱী দাগাৰ। দাগাৰে World Master Athletics Indoor Championship ত ৬০ মিটাৰ দৌৰ, শ্বটপুট আৰু ডিস্কছ থ্ৰ’ত পদক দখল কৰি জিলিকি উঠিছে বিশ্বৰ দৰবাৰত।

হাৰিয়ানাৰ খেডকা গাঁৱত জন্মগ্ৰহণ কৰা প্ৰবীণ খেলুৱৈ ভগৱানী দেৱীয়ে ইয়াৰ পূৰ্বে ফিনলেণ্ডত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব মাষ্টাৰ এথলেটিকছ চেম্পিয়নশ্বিপতো ৯০–৯৪ বছৰ বয়সৰ শাখাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল।

উল্লেখ্য যে জীৱনৰ অলেখ দুৰ্ভাগ্য আৰু হতাশাকো ভগৱানী দেৱীয়ে নিজৰ সফলতাৰ হেঙাৰ হ’বলৈ সুযোগ প্ৰদান কৰা নাই। ১২ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱা ভগৱানীয়ে মাত্ৰ ৩০ বছৰতে নিজৰ স্বামীক হেৰুৱাব লগা হয়।

স্বামীৰ মৃত্যুৰ সময়ত তেওঁ আছিল গৰ্ভৱতী। স্বামীৰ মৃত্যুৰ সময়তে তেওঁলোকৰ পুত্ৰ সন্তানেও এই পৃথিৱীৰ পৰা মেলানি মাগে। ইমানৰ পিছতো তেওঁ পুনৰ বিবাহৰ চিন্তা নকৰি নিজৰ গৰ্ভত থকা কন্যা সন্তানটিক জন্ম দি লালন পালন কৰে।

What an inspiration!

Our #NaariShakti never fails to make us proud. Kudos to 95 years old Bhagwani Devi ji on winning 3 gold medals in the 9th World Master Athletics Indoor Championships.

Your champion mentality is a true testament of Fit India. pic.twitter.com/7gL81KM4jb

— Anurag Thakur (@ianuragthakur) March 29, 2023


অশেষ কষ্ট আৰু প্ৰত্যাহ্বানেৰে ভৰা এই জীৱনৰ মাজতো নিজকে শক্তিশালী নাৰী হিচাপে প্ৰতিষ্ঠা কৰে ভগৱানী দেৱীয়ে। লাহে লাহে তেওঁ ক্ৰীড়া জগতত মনোনিৱেশ কৰে আৰু বিগত সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত চমৎকাৰী প্ৰদৰ্শনেৰে নিজকে উজ্বলাই তোলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

বায়ু প্ৰদূষণে একেবাৰতে ৩.৫ বছৰ হ্ৰাস কৰিছে ভাৰতীয়ৰ গড় আয়ুস; প্ৰতিবেদনত উদ্বেগজনক তথ্য

August 28, 2025 6:20 pm
লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

লাম্পিত অসম–মেঘালয়ৰ ভূমি বিবাদৰ মাজতে বন্ধ হৈ পৰিল সীমান্ত পথৰ কাম

August 28, 2025 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd