• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজত মাত্ৰ দুটা দিন! ১৪ নৱেম্বৰত শিশু দিৱস; কেনে আছে দেশৰ শিশুসকল?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 11, 2022 2:23 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজত মাত্ৰ দুটা দিন বাকী। অহা ১৪ নৱেম্বৰ সোমবাৰে সমগ্ৰ দেশতে পালন কৰা হ’ব শিশু দিৱস। শিশু দিৱস উপলক্ষে সকলো শিক্ষানুষ্ঠানত শিশুসকল উৎসাহিত কৰাৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন সামাজিক অনুষ্ঠানেও শিশু দিৱস পালন কৰা দেখা যায়। বিশেষকৈ শিশুৰ অধিকাৰ আৰু ভৱিষ্যতৰ বিষয়ে আলোকপাত কৰা হয় এই অনুষ্ঠানবোৰত।

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয় ৷ পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল আৰু শিশুসকলে তেওঁক মৰমতে নেহৰু খুড়া বুলি মাতিছিল।  শিশুসকলৰ প্ৰতি থকা তেওঁৰ গভীৰ মৰম আৰু ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোতে নেহেৰুদেৱৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জ্ঞাপন  কৰা হয়।

লগতে পঢ়ক: আধাৰ কাৰ্ড সম্পৰ্কীয় নিয়মৰ সংশোধন কৰিছে কেন্দ্ৰই; সমস্যাত পৰিব নেকি কোটি কোটি নাগৰিক?

Apply Now

১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম স্বৰূপৰাণী নেহৰু। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰু এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ হোৱাৰ লগতে এগৰাকী চিন্তাবিদ আৰু লেখক আছিল।

পণ্ডিত জৱাহৰলাল নেহৰু একেৰাহে ১৭ বছৰলৈ প্ৰধানমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। ঘৰুৱা শিক্ষাৰ দ্বাৰাই নেহৰুৰ সৰুকালৰ শিক্ষাৰ আৰম্ভণি হৈছিল। নেহৰুৱে টি. ফাৰ্ডিনাণ্ড ব্ৰুকচ নামৰ এজন আইৰিচ লোকৰ তত্ত্বাৱধানত শিক্ষা লাভ কৰিছিল। ১৩ বছৰ বয়সত তেওঁ ‘থিয়ছফিকেল ছচাইটি’ ত যোগ দি প্ৰাচীন ধৰ্মপুথিবোৰ অধ্যয়ন কৰিছিল। ১৫ বছৰ বয়সত ইংলেণ্ডলৈ গৈ হেৰ’ পাব্লিক স্কুলত ভৰ্তি হয়। ১৯১০ চনত কেম্বিজৰ ট্ৰিনিটি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি  ১৯১২ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ওকালতি আৰম্ভ কৰিছিল।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাতনিতে মহাত্মা গান্ধীৰ লগতে আন কংগ্ৰেছ নেতাসকলৰ সৈতে নেহৰুৱে আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনত নেহৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।     

১৯৬৪ চনৰ ২৭ মে’ তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱনাৱসান ঘটিছিল।

লগতে পঢ়ক:অসমত প্ৰাথমিক বিদ্যালয়ত ২০২২ত বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ হাৰ প্ৰায় দুগুণ

সাম্প্ৰতিক সময়ত দেশৰ শিশুসকলৰ প্ৰতি বিশেষ গুৰুত্ব দি বহু আঁচনি ৰূপায়ন কৰি থকা হৈছে যদিও একে সময়তে বহু শিশু এতিয়াও শিক্ষাকে ধৰি আন মৌলিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আছে। শিশুসকলৰ অধিকাৰৰ বাবে আইন প্ৰণয়ন কৰা হ’লেও দেশত শিশু নিৰ্যাতন আৰু উৎপীড়নৰ ঘটনাই স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰি আহিছে। সংশ্লিষ্ট সকলো পক্ষই দেশৰ শিশুসকলে মৌলিক অধিকাৰসমূহ লাভ কৰাতো নিশ্চিত কৰাৰ বাবে আগবাঢ়ি আহিব লাগে।   

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd