• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আদানী প্ৰতি সদয় বিত্তমন্ত্ৰী সীতাৰমণ! আদানীৰ গ্ৰুপৰ বিৰুদ্ধে ছেবিৰ তদন্ত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2023 6:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানী গ্ৰুপৰ ক’ৰ্পৰেট জালিয়াতিৰ বিষয়ে হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। ইয়াৰ সমান্তৰালকৈ আদানী গ্ৰুপৰ ব্যৱসায়ত খহনীয়াৰো সৃষ্টি হয়। হ্ৰাস পাইছে আদানী গ্ৰুপৰ কে’বাটাও প্ৰতিষ্ঠানৰ শ্বেয়াৰৰ মূল্য। বিৰোধীয়ে আদানীৰ প্ৰতি উঠা অভিযোগৰ তদন্তৰো দাবী কৰি আহিছে।

ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে ভাৰতৰ নিয়ন্ত্ৰকসকলে আদানী গ্ৰুপৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে অৱগত আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি চম্ভালিবলৈ সক্ষম। মুম্বাইত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে সদায়ৰ কৰা দৰেই এইবাৰো নিয়ন্ত্ৰকে এই পৰিস্থিতি চম্ভালি ল’ব পাৰিব।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় পৰিচালনা সমিতিৰ বৈঠকৰ অন্তত সংবাদমেলত সীতাৰমণে কয় যে ভাৰতৰ নিয়ন্ত্ৰকসকল অতি অভিজ্ঞ আৰু তেওঁলোক নিজৰ ডমেইনত বিশেষজ্ঞ। হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ অভিযোগৰ পিছতে আদানি গ্ৰুপৰ শ্বেয়াৰত ব্যাপক প্ৰভাৱ পৰিছে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত একাউণ্টিং জালিয়াতি, ষ্টক মেনিপুলেচন আৰু ধন সৰবৰাহৰ দৰে অভিযোগ উত্থাপন কৰিছিল। তেতিয়াৰ পৰাই কোম্পানীসমূহৰ ষ্টকৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিলে।

Apply Now

শনিবাৰে বিত্তমন্ত্ৰীয়ে আৰ বি আইৰ কেন্দ্ৰীয় পৰিচালনা সমিতিক সদ্য প্ৰকাশিত ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত অৱগত কৰে। সংবাদমেলৰ সময়ত সীতাৰমণে কয় যে নতুন কৰ ব্যৱস্থা বাজেটৰ অন্যতম কেন্দ্ৰবিন্দু। চিবিডিটিৰ তথ্য অনুসৰি ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে প্ৰত্যক্ষ কৰ সংগ্ৰহ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। মুঠ সংগ্ৰহ হৈছে ১৫.৬৭ লাখ কোটি টকা। বিগত বছৰৰ তুলনাত ২৪.০৯% বৃদ্ধি পাইছে। একে সময়তে যোৱা বছৰৰ তুলনাত ১৮.৪% বৃদ্ধিৰে প্ৰৰোক্ষ কৰ সংগ্ৰহ হৈছে ১২.৯৮ লাখ কোটি টকা।

ডিজিটেল সম্পত্তিৰ বৃদ্ধিৰ সন্দৰ্ভত সীতাৰমণে কয় যে ভাৰতে জি-২০ দেশসমূহৰ সৈতে এক উমৈহতীয়া কাঠামোৰ জৰিয়তে ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে আলোচনাত মিলিত হৈছে। তেওঁ কয়, “ক্ৰিপ্টো বহু প্ৰযুক্তিৰে গঠিত, ইয়াৰ ৯৯ শতাংশ প্ৰযুক্তি। আমি সকলো দেশৰ সৈতে কথা পাতিছো যে যদি সকলো দেশেই এটা মানক পৰিচালনা পদ্ধতি লাভ কৰিব পাৰে… যিটো নিয়ন্ত্ৰণ কাঠামো অনুসৰণ কৰাৰ সময়ত ফলপ্ৰসূ হ’ব।”

একে সময়তে গৌতম আদানীৰ কোম্পানী সন্দৰ্ভত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত ছেবিয়ে তদন্ত আৰম্ভ কৰিছে। উচ্চতম ন্যায়ালয়েও ছেবিক নিজৰ স্থিতি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd