• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানী কাণ্ড ‘ফাদিল কৰা’ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ বন্ধ হৈ গ’ল! কাৰণো জনালে সংস্থাটোৰ মুৰব্বীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2025 12:50 pm
আদানী কাণ্ড ‘ফাদিল কৰা’ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ বন্ধ হৈ গ’ল! কাৰণো জনালে সংস্থাটোৰ মুৰব্বীয়ে
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদনৰ বাবেই “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানীয়ে সমস্যাত পৰিছিল। বজাৰ নিয়ন্ত্ৰক সংস্থা ছেবিৰ মাধৱী পুৰী বুচৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল যে তেওঁ আদানী গোষ্ঠীক শ্বেয়াৰৰ মূল্য “বঢ়াই” দেখুওৱাৰ তদন্তত সহায় কৰিছিল। এইবাৰ বন্ধ হ’বলৈ আগবাঢ়িছে আমেৰিকাৰ সেই ষ্টক মাৰ্কেট বিশ্লেষক তথা কৰ্পৰেট তথ্য গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চ!

সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী নাথান এণ্ডাৰছনে বৃহস্পতিবাৰে কয় যে ‘আমি আমাৰ লক্ষ্যত উপনীত হ’লোঁ।‘ তেওঁ লগতে কয় যে হিণ্ডেনবাৰ্গ তেওঁৰ জীৱনৰ এটা অধ্যায়, সম্পূৰ্ণ জীৱন হয়। তেওঁ ভালদৰে বিবেচনা কৰিয়েই এই সিদ্ধান্ত লৈছে। নাথামৰ যুক্তি যে কামৰ বোজাৰ বাবে তেওঁ ব্যক্তিগত জীৱনত সময় দিব পৰা নাছিল। জীৱনত ভাৰসাম্য আনিবলৈ তেওঁ এতিয়াৰ বাবে কোম্পানীটো বন্ধ কৰি দিছে। কিন্তু তেওঁৰ হঠাৎ এই সিদ্ধান্তৰ আঁৰত কিবা ‘প্ৰভাৱ’ আছিল নেকি সেই লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে।

উল্লেখ্য যে ২০২৩ চনৰ আৰম্ভণিতে হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানি গোষ্ঠীটোক শ্বেয়াৰৰ মূল্যত প্ৰৱঞ্চনা কৰা আৰু কৰ ফাঁকিকে ধৰি অবৈধ বিত্তীয় লেনদেনত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াকে লৈ বিৰোধীয়ে ধাৰাবাহিকভাৱে কেন্দ্ৰক লক্ষ্য কৰি আহিছিল। জেপিচি (যুটীয়া সংসদীয় সমিতি)ৰ তদন্তৰ দাবীও উঠিছিল।

আদানী কাণ্ডই শ্বেয়াৰ বজাৰত কি প্ৰভাৱ পেলাব সেয়া খতিয়াই চাবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। কিন্তু সেই তদন্তত আদানীগোষ্ঠীৰ বিৰুদ্ধে কোনো অভিযোগ প্ৰমাণিত নহ’ল। বৃহস্পতিবাৰে হিণ্ডেনবাৰ্গ বন্ধ কৰাৰ ঘোষণাৰ পিছতে বজাৰত আদানীৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

August 20, 2025 8:07 am
ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

ছাগলী মাংসৰ থলুৱা ব্যঞ্জন শিকো আহক

August 20, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd