• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 7:30 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে ৩০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। গাউট সেই স্বাস্থ্যজনিত সমস্যাবোৰৰ ভিতৰত অন্যতম। গাউট হৈছে গাঁঠিত ইউৰিক এচিডৰ স্ফটিক জমা হোৱাৰ ফলত হোৱা এক প্ৰকাৰৰ বাতবিষ। বেছিভাগ ক্ষেত্ৰতে বুঢ়া আঙুলিত প্ৰভাৱ পেলায়। এই সমস্যা যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ’ব পাৰে, কিন্তু বৃদ্ধ আৰু পুৰুষৰ ক্ষেত্ৰত এই সমস্যা বেছি। যদিও গাউট ৰোগ নিৰাময় কৰিব পৰা নাযায়, তথাপিও এই সমস্যা নিয়ন্ত্ৰণৰ কিছু উপায় আছে।

গাউট কি?

Apply Now

গাউট হৈছে দীৰ্ঘদিনীয়া প্ৰদাহজনিত বাতবিষ। ইয়াক ‘ৰজাৰ ৰোগ’ বুলিও কোৱা হয়! কাৰণ, ঐতিহাসিকভাৱে এই ৰোগটো ধনী লোকৰ সৈতে জড়িত আছিল যিসকলে অধিক মাংস আৰু সুৰাযুক্ত খাদ্য খাইছিল। যিয়ে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে আৰু গাউটৰ আক্ৰমণৰ সৃষ্টি কৰে বুলি জনা যায়। StatPerls Publishing ৰ মতে বয়স, লিংগ আৰু উৎপত্তি দেশ অনুসৰি গাউটৰ প্ৰাদুৰ্ভাৱ ভিন্ন হ’ব পাৰে।

গাউটৰ কাৰণ

যদিও গাউটৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই, তথাপিও কিছুমান কাৰকে মানুহক বিপদত পেলাব পাৰে। ইয়াৰ ভিতৰত আছে:

* উচ্চ পিউৰিনযুক্ত খাদ্য যেনে ৰঙা মাংস, সাগৰীয় খাদ্য, আৰু অংগ মাংস।

* মদ্যপান কৰা।

* পানীলগা।

* চাপ।

* এছপিৰিন আৰু প্ৰস্ৰাৱৰ ঔষধ গ্ৰহণ কৰা।

* জিনীয় কাৰক।

গাউট নিয়ন্ত্ৰণৰ উপায়

দুৰ্ভাগ্যজনকভাৱে গাউট ৰোগ নিৰাময় কৰিব নোৱাৰি। কিন্তু ঔষধ আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি-

চিকিৎসা অব্যাহত ৰাখক: চিকিৎসকৰ নিৰ্দেশনা অনুসৰি নিয়মিতভাৱে allopurinol গ্ৰহণ কৰক। ই তৎক্ষণাত বিষৰ পৰা উপশম নিদিয়ে যদিও ক্ৰমান্বয়ে ইউৰিক এচিড কমাই দিয়ে যাতে ভৱিষ্যতে বিষৰ অনুভৱ নহয়।

উচ্চ পিউৰিনযুক্ত খাদ্য পৰিহাৰ কৰক: ৰঙা মাংস, পোৰা মাংস, সাগৰীয় খাদ্য, কমাব লাগে, এই সকলোবোৰে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে।

হাইড্ৰেটেড হৈ থাকক: প্ৰচুৰ পৰিমাণে পানী খাব লাগে (দিনে কমেও ২-৩ লিটাৰ)। এই অভ্যাসে ইউৰিক এচিড গাঁঠিত ঘনীভূত হৈ স্ফটিকীয় হোৱাত বাধা দিব।

মানসিক চাপ পৰিচালনা কৰক: দীৰ্ঘদিনীয়া মানসিক চাপে গাউটৰ তীব্ৰতা বৃদ্ধি কৰিব পাৰে বা বেয়া কৰি তুলিব পাৰে। ধ্যান, মৃদু ব্যায়াম, বা মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰক।

ঔষধ খোৱাৰ পৰা বিৰত থাকক: কিছুমান ঔষধ, যেনে এছপিৰিন আৰু প্ৰস্ৰাৱৰ ঔষধ (চিকিৎসাগতভাৱে প্ৰয়োজনীয় নহ’লে) ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু চিকিৎসকৰ নিৰ্দেশনা অনুসৰি এৰাই চলিব লাগে বা সলনি কৰিব লাগে।

গাউটৰ অনুকূল খাদ্য গ্ৰহণ কৰক: সতেজ ফল-মূল, শাক-পাচলি, গোটা শস্য, মাহজাতীয় শস্য, আৰু কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়ক।

সুস্থ ওজন বজাই ৰাখক: ক্ৰমান্বয়ে ওজন কমালে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পাব পাৰে আৰু গাঁঠিৰ চাপ হ্ৰাস কৰিব পাৰে।

বিশেষজ্ঞৰ পৰামৰ্শ: দীৰ্ঘদিনীয়া বা বেছি বেয়া হোৱা গাউটৰ বিষে গাঁঠিৰ ক্ষতি হোৱাৰ ইংগিত দিব পাৰে। গাঁঠিৰ বিষৰ ঔষধৰ সালসলনি কৰাটো প্ৰয়োজনীয় হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd