• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 12:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰৰ বিৰুদ্ধে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই দাখিল কৰা ২৪ বছৰীয়া মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্তকৰণৰ ৰায় সমৰ্থন কৰিছে। ন্যায়াধীশ শৈলিন্দৰ কৌৰে ৰায় দিছে যে নিম্ন আদালত আৰু আপীল আদালতৰ সিদ্ধান্তত কোনো অবৈধতা নাই, যিয়ে প্ৰমাণ আৰু আইনৰ বিশ্লেষণৰ পিছত পাটেকাৰক দোষী সাব্যস্ত কৰিছিল।

এই গোচৰৰ উৎপত্তি ২০০০ চনৰ ২৫ নৱেম্বৰত মেধা পাটকাৰে জাৰি কৰা “দেশভক্তৰ প্ৰকৃত চেহেৰা” শীৰ্ষক এখন প্ৰেছ নোটৰ পৰা। তেতিয়াৰ আহমেদাবাদস্থিত নেচনেল কাউন্সিল ফৰ চিভিল লিবাৰ্টিজৰ মুৰব্বী ভি কে ছাক্সেনাই এই প্ৰেছ নোটে তেওঁৰ সুনামৰ ক্ষতি কৰিছে বুলি অভিযোগ কৰিছিল। ২০০১ চনত আহমেদাবাদত দাখিল হোৱা এই গোচৰ ২০০৩ চনত দিল্লীৰ মুখ্য মহানগৰ দণ্ডাধীশৰ আদালতলৈ স্থানান্তৰিত হয়। ২০১৩ চনত পাটকাৰে নিজকে দোষমুক্ত বুলি দাবী কৰে।

Apply Now

২০২৪ চনৰ মে’ মাহত মহানগৰ দণ্ডাধীশ ৰাঘৱ শৰ্মাই পাটেকাৰক মানহানি গোচৰত দোষী সাব্যস্ত কৰি দুই বছৰৰ কাৰাদণ্ড, জৰিমনা বা দুয়োটাৰে শাস্তি প্ৰদান কৰে। ২০২৪ চনৰ ২ এপ্ৰিলত অতিৰিক্ত ন্যায়াধীশ বিশাল সিঙে এই ৰায় প্ৰদান কৰিছিল। যাদিও, ৮ এপ্ৰিলত তেওঁ পাটেকাৰক এবছৰৰ পৰীক্ষামূলক মুক্তি প্ৰদান কৰি কয় যে অপৰাধটো কাৰাদণ্ডৰ যোগ্য নহয়।

পাটেকাৰক আদালতত হাজিৰ হ’বলৈ, পৰীক্ষামূলক বণ্ড দাখিল কৰিবলৈ আৰু ১ লাখ টকা জৰিমনা জমা দিবলৈ নিৰ্দেশ দিয়া হৈছিল। তেওঁ এই নিৰ্দেশ পালন নকৰাত ২৫ এপ্ৰিলত জামিনহীন ৱাৰেণ্ট জাৰি কৰা হয়, আৰু তেওঁক চমু সময়ৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ অধিবক্তাই পৰীক্ষামূলক মুক্তিৰ আদেশ এতিয়াও বলৱৎ আছে আৰু বণ্ড দাখিল কৰা হ’ব বুলি জনোৱাৰ পাছত তেওঁক মুক্তি দিয়া হয়।

পাটেকাৰে তেওঁৰ দোষী সাব্যস্তকৰণ আৰু অতিৰিক্ত সাক্ষী হাজিৰ কৰাৰ অনুৰোধ খাৰিজ হোৱাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল, কিন্তু দুয়োখন আবেদন খাৰিজ কৰা হয়। ন্যায়াধীশ কৌৰে নিম্ন আদালতৰ সিদ্ধান্তত কোনো পদ্ধতিগত ত্ৰুটি বা আইনী ভুল নাই বুলি ৰায় দিয়ে। তেওঁ পৰীক্ষামূলক মুক্তিৰ এটা চৰ্ত সংশোধন কৰি পাটেকাৰক প্ৰতি তিনিমাহৰ মূৰে মূৰে ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰিৱৰ্তে অনলাইন বা অধিবক্তাৰ জৰিয়তে হাজিৰ হ’বলৈ অনুমতি প্ৰদান কৰে।

২০২৪ চনৰ মে’ মাহৰ ৰায়ত কোৱা হৈছিল যে পাটকাৰৰ প্ৰেছ নোটে ছাক্সেনাৰ ব্যক্তিগত চৰিত্ৰ আৰু জাতীয়তাৰ প্ৰতি আনুগত্যৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰিছিল। আদালতে উল্লেখ কৰিছিল যে পাটকাৰে ছাক্সেনাক “গুজৰাটৰ জনসাধাৰণ আৰু তেওঁলোকৰ সম্পদ বিদেশী স্বাৰ্থত বন্ধক ৰখা”ৰ অভিযোগ কৰিছিল, যাক তেওঁৰ সততা আৰু ৰাজহুৱা সেৱাৰ ওপৰত “গুৰুতৰ আক্ৰমণ” বুলি গণ্য কৰা হৈছিল। এই অভিযোগসমূহে ছাক্সেনাৰ ৰাজহুৱা ভাবমূৰ্তি আৰু সামাজিক স্থিতিৰ ওপৰত অপৰিমেয় ক্ষতি কৰিছিল বুলি আদালতে ৰায় দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd